ফটো তুলিবলৈ কইনাৰ ওচৰলৈ গৈ ফটোগ্ৰাফাৰে দৰাৰ হাতত আঘাত কৰিলে!

Going near the bride to take pictures, the photographer beat by groom's

ফটো তুলিবলৈ কইনাৰ ওচৰলৈ গৈ ফটোগ্ৰাফাৰে দৰাৰ হাতত আঘাত কৰিলে ! ভাইৰেল ভিডিও 

Times Guwahati Digital Desk বিবাহ উৎসৱৰ সময় পূৰ্ণ গতিত চলিছে | কৰোনা মহামাৰীৰ সময়ত সকলো বৈবাহিক উৎসৱ সমূহ কোভিড নিয়ম অনুসৰি পতা হৈছিল | আৰু ফটোগ্ৰাফাৰ বোৰ যিকোনো বিবাহ ঘৰৰ গুৰুত্বপূৰ্ণ ভূমিকা হয়| কিন্তু ফটোগ্ৰাফাৰ জন যেতিয়া ফটো তুলিবলৈ গৈ নিজে আঘাতপ্ৰাপ্ত হয়!  শুনিবলৈ আচৰিত কিন্তু সত্য |

More News

অলপতে ছচিয়েল মিডিয়াত এটা ভিডিও ভাইৰেল হৈ পৰিছে | এই ঘটনাটো এনেকুৱা ধৰণৰ | প্ৰকৃততে এজন ফটোগ্ৰাফাৰে ফটো তুলিবলৈ গৈ কইনাৰ বহুত কাষ চাপিছিল | আৰু তেতিয়াই দৰাজন অসন্তুষ্ট হৈ তেওঁক মাৰিছিল | আৰু ভিডিও টো চোৱাৰ পিছতে নেট দুনিয়াত হাঁহিৰ খোৰাক উঠিছিল |

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.