শহুৰেকৰ সৈতে অবৈধ সম্পৰ্ক আছিল বোৱাৰীৰ , ঘৰৰ সকলো মানুহক নিচাযুক্ত টেবলেট খোৱাই মাজ নিশা পলায়ন কৰিলে , এই সকলো দৃশ্য ধৰা পৰিল CC TV camera ত ।
এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাত।
সকলোৱে জানে যে বোৱাৰী আৰু শহুৰৰ সম্পৰ্ক পিতৃ আৰু কন্যাৰ সম্পৰ্কৰ দৰেই পৰিত্ৰ হয় । কিন্তু হাৰিয়ানাত ইয়াৰ বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গ'ল । নিশা নিজ শহুৰেকে পলুৱাই লৈ গ’ল বোৱাৰীয়েকক। কিমান নিলজ্জ হলে এনে ঘটনা সংঘটিত হব পাৰে ভাবিলে আচৰিত লাগে । শহুৰেকৰ সৈতে গোপন সম্পৰ্ক ৰাখিছিল বোৱাৰীয়েকে । শেষত পলাই যাবলৈ বাধ্য হ'ল দুয়ো । এতিয়া হিনমন্যতাত ভুগিছে গিৰিয়েক ।
আচৰিত কথা এই যে এই সকলো দৃশ্য CC tv camera ত বন্দী হৈ ৰ'ল । ডিচেম্বৰত হাৰিয়ানাৰ পাণিপথত এই ঘটনা হৈছিল । মহিলাগৰাকীৰ স্বামীয়ে দুয়ো সন্ধানহীন বুলি আৰক্ষী চকীত এজাহাৰ দিয়াতহে পোহৰলৈ আহিল সমগ্ৰ ঘটনা ।
ঘৰৰ মানুহক শ্লিপিং টেবলেট খোৱাই ৰচনা কৰিছিল এই মাষ্টাৰ প্লেন । দুয়োয়ে স্বীকাৰ কৰিছে যে দুয়ো শহু আৰু বোৱাৰীৰ মাহত গভীৰ প্ৰেম আছিল । মনে মনে ঘৰৰ বাহিৰত লগ কৰিছিল দুয়ো । কিন্তু ঘৰৰ মানুহে গম পাব বুলিয়ে এনেদৰেই টেবলেট খুৱাই পলাই গৈছিল ।
বহু লোকে একেলগে কথা পতা দেখিছিল যদিও প্ৰেম যে হব পাৰে তাক মানিব পৰা নাছিল । এই ঘটনাই শহু আৰু বোৱাৰীৰ পবিত্ৰ সম্বন্ধক কলংকিত কৰিলে ।