আপুনি নাজানে হয়তো বৈজ্ঞানীসকল দ্বাৰা কৰা সকলোতকৈ ভয়াবহ গৱেষণাৰ বিষয়ে : most dangerous experiments performed by scientists

আপুনি নাজানে হয়তো বৈজ্ঞানীসকল দ্বাৰা কৰা সকলোতকৈ ভয়াবহ গৱেষণাৰ বিষয়ে

You may not know about the most dangerous experiments performed by scientists


ৰাছিয়াৰ আৰ্মিৰ দ্বাৰা  ১৯৪০ চনত কৰা ভয়ানক প্ৰয়োগৰ নাম  "শ্লীপ এক্সপেৰিমেন্ট"। মানুহৰ ওপৰত কৰা আজিলৈকে কৰা সকলোতকৈ ভয়াবহ/ বিপদজনক প্ৰয়োগ। যি দেখি মানুহৰ আত্মা কঁপি উঠিব। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত ১৯৪০ চনত ৰাছিয়ান আৰ্মিয়ে কিছুমান জাৰ্মান সৈনিক গ্ৰেপ্তাৰ কৰি বন্দী বনাইছিল। ৰুছৰ বৈজ্ঞানিক সকলে সেই সৈনিক সকলৰ ওপৰত এক অদ্ভুত প্ৰয়োগৰ যোজনা/পৰিকল্পনা বনালে। এই প্ৰয়োগৰ দ্বাৰা বৈজ্ঞানিক সকলে জানিব খুজিছিল যে মানুহে কিমান দিন নুশুৱাকৈ থাকিব পাৰে আৰু এই পাগলামীৰ চিকাৰ হ'ল জাৰ্মান সৈনিক সকল। প্ৰযোগৰ সময়ত সিহঁতক এটা চেম্বাৰত বন্ধ কৰা হৈছিল আৰু চেম্বাৰৰ ভিতৰত আচহুৱা/বিচিত্ৰ গেছ এৰি দিয়া হৈছিল। তেওঁলোকৰ ওপৰত নজৰ ৰাখিবলৈ বেৰত আইনা লগোৱা হৈছিল কাৰণ তেতিয়া চিচি টিভি কেমেৰা ( CC TV camera) নাছিল।

Read News ALL IN ONE

দুই /তিনি দিনলৈ সেই কোঠাত বন্দী সকলো সৈনিক বাহিৰত ওলাই আহিবলৈ চিঞৰি বিদৰি থাকিল , কিন্তু এক সপ্তাহ পাচত সেই কোঠাৰ হুলস্থূল বোৰ বন্ধ হৈ  গ'ল, বৈজ্ঞানীক সকলে ভাবিলে সকলো মৰি গ'ল। কিন্তু বেলেগ কিবাহে হৈছিল। কিছুদিনৰ পিছত যেতিয়া সেই চেম্বাৰটো খোলা গ'ল, তেতিয়া ভিতৰত যি হৈছিল সকলো দেখি সকলোৱে হতবাক হৈ গ'ল। কোঠাৰ ভিতৰত থকা সৈনিক সকলে নিজৰে মাংস খাবলৈ আৰম্ভ কৰি দিছিল আৰু তেওঁলোকৰ হাত তথা ভৰিত হাঁড় হে বাকী ৰৈ গৈছিল আৰু সিহঁতে অদ্ভুত আচৰণ কৰি আছিল। সিহঁতে কাবৌ কাকূতি কৰিব ধৰিলে যে তেওঁলোকে মুক্ত হবলৈ নিবিচাৰে তথা সিহঁতক এই কোঠাতে ৰাখিব লাগে। সম্ভৱ, এই সকলো সেই গেছৰ কাৰণে হৈছিল। এই দৃশ্য বহুত ভয়ানক আছিল, কিন্তু এই গৱেষনা(এক্সপেৰিমেন্ট ) আৰু কিছুদিনলৈ অব্যাহত ৰাখিলে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.