চাৰি সন্তানৰ মাতৃ পলাল কাৰিকৰৰ লগত ।
কলিযুগত আৰু যে কি কি নহয় । আজিৰ সমাজ খন ক্ৰমান্বয়ে কলুষিত হৈছে ! কলিযুগত ছোৱালীতকৈ বোৱাৰীহে পলাই যোৱা ঘটনাই সমাজ কলুষিত কৰিছে । এইবাৰ এনে ঘটনাই সংঘটিত হ'ল । চাৰিটাকৈ সন্তান থকা মাক কাৰিকৰৰ লগত পলাই গ'ল । লগত দুটা সন্তান লৈ গ'ল আৰু বাকী দুটাক ঘৰতেই থৈ গ'ল । ভুক্তভোগীয়ে আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতেই আৰম্ভ হৈছে তদন্ত । চিবিল লাইন্স কোতবালী ঠাইৰ নিবাসী মহিলা গৰাকীৰ গিৰিয়েকে জনোৱা মতে তেওঁলোকৰ বিয়া ১০ বছৰ পূৰ্বেই হৈছিল । তেওঁলোকৰ ৪ টা সন্তান আছে ।
৭০ বছৰীয়া দৰা আৰু ২৫ বছৰীয়া কইনা , বিয়াৰ ২৪ ঘণ্টাৰ পিছতেই আহিল সমস্যা
কিছু মাহৰ পূৰ্বে তেওঁলোকৰ ঘৰৰ এটা কোঠা এজন কাৰিকৰে ভাড়ালৈ লৈছিল । কামৰ তাগিদাত ঘৰৰ মালিক বেছিভাগ সময় বাহিৰত থাকে । তাৰে সুযোগ লৈ কাৰিকৰ জনে প্ৰেমৰ জালত ফচালে ঘৰৰ মালিকনিক । তাৰপিছতেই মালিকে সেই কথা গম পাই ঘৰৰ পৰা উলিয়াই পঠালে । মংগলবাৰে পত্নী আৰু দুটা সন্তানক লগত লৈ ঘৰত পৰা নিৰুদ্দেশ হ'ল । পিছত গম পালে যে কাৰিকৰ জনৰ লগতেই পলাই গৈছে মালিকৰ পত্নী গৰাকী । কাৰিকৰ জনৰ প্ৰলোভনৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীক জনাইছে ।