অসম চৰকাৰ খাদ্য অসামৰিক যোগান ও পৰিক্রমা বিভাগৰ মৰিগাওঁ জিলা ৰাষ্টীয় গ্রাহক সুৰক্ষা দিৱস উদযার্পন

 অসম চৰকাৰ খাদ্য অসামৰিক যোগান ও পৰিক্রমা বিভাগৰ মৰিগাওঁ জিলা ৰাষ্টীয় গ্রাহক সুৰক্ষা দিৱস উদযার্পন 

অসম চৰকাৰ খাদ্য অসামৰিক যোগান ও পৰিক্রমা বিভাগৰ মৰিগাওঁ জিলা ৰাষ্টীয় গ্রাহক সুৰক্ষা দিৱস উদযার্পন

Marigaon District National Consumer Protection Day Celebration of Food and Civil Supplies Department of Assam Government

আজিৰ মৰিগাওঁ জিলা ঘগুৱা মানিপুৰ সমৱায় সমিতি লিমিটেডৰ কায্যালয়ত ৰাষ্টীয় গ্রাহক সুৰক্ষা দিৱস দিনযোৱা কায্যসুর্চীৰে অনুস্থিত হয় !

বজেন দাসৰ সভাপতিত্বত হোৱা সুৰক্ষা দিৱস উদযার্পন কায্যসুর্চীত উপস্থিত থাকে বিপুল চন্দ তালুকদাৰ,সহ সঞ্চালক  অসামৰিক যোগান বিভাগ মৰিগাওঁ,

অচ্যুত কুমাৰ দাস পৰিদর্ক্ষক অসামৰিক যোগান বিভাগ মৰিগাওঁ, ৰহিমা খাতুন পৰিদৰ্ক্ষক খাদ্য অসামৰিক যোগান ও গ্রাহক পৰিক্রমা বিভাগ মৰিগাওঁ , সুশীল নাথ গ্রাহক সুৰক্ষা সমিতি সম্পাদক মৰিগাওঁ লগতে প্রায় বহুতো গন্য মান্য ব্যক্তি উপস্থিত থাকে ! 

    উক্ত ৰাষ্টীয় গ্রাহক সুৰক্ষা দিৱসৰ লগত সংগ্রতি ৰাখি মৰিগাওঁ জিলা গ্রাহক আৰু মানৱ সুৰক্ষা সমিতি কায্যালয় সম্পাদক তথা জিলা গ্রাহক সুৰক্ষা পৰিষদৰ সদস্য শ্ৰী সুশীল নাথৰ নেতৃত্বত মৰিগাওঁ জিলা stete bank of INDIA মৰিগাওঁ শাখা মুখ্য শাখা প্রৱন্ধকৰ লগতে পৰিদৰ্শক, সহকাৰী প্রৱন্ধকক আৰু অসম গ্রামীন বিকাশ বেংক মৰিগাওঁ জিলা শাখা মুখ্য পৱন্ধকক ,পৰিদৰ্ক্ষকক তেওঁলোকৰ কর্ম প্রতি শলাগ জনায় লগতে আপুচবিহিন ভাৱে ৰাইজৰ সেৱা আগৱঢ়োৱা বাবে তেওঁলোকক একোটিকৈ   উদ্গনিমুলক বটা শ্ৰী সুচিল নাথে প্রদান কৰে !

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.