নিশা হলেই গুৱাহাটীত উলাই আহে জাকে জাকে যুৱতী মহিলা । ফুটপাথতেই চলে মুকলি দৰদাম ।

নিশা হলেই গুৱাহাটীত উলাই আহে জাকে জাকে যুৱতী মহিলা । ফুটপাথতেই চলে মুকলি দৰদাম ।

red light area of Guwahati


Red light area of Guwahati

হয়, এইখন অসমৰেই এই নিলজ্জ ঘটনা এইয়া । কোনোৱে টকা ঘটাৰ বাবে দিন ৰাতি কষ্ট কৰে , আন কোনোৱে নিজৰ যৌৱন জীৱন বিক্ৰী কৰি ১০ মিনিটতেই ১০০০ টকা উপাৰ্জন কৰে । হাজিৰা কাম বা চাকৰি নহয় , দেহৰ ঘাম মাটিত পেলাই নহয় , নিজৰ দেহা আনক বিক্ৰী কৰি উপাৰ্জন কৰে । অসমত দিনক দিনে বৃদ্ধি পাইছে যৌনতাৰ বেহা । উপাৰ্জনৰ একমাত্ৰ স্থল এতিয়া যৌন ব্যভিচাৰ । অসমৰ মহানগৰী গুৱাহাটীত দিন দুপৰতে পোৱা যায় সুন্দৰী যুৱতী । ইয়াৰ ভিতৰত কলেজৰ ছাত্ৰী বা বহু ঘৰুৱা মহিলা, কাৰোবাৰ পত্নীও এই ব্যৱসায়ৰ লগত জড়িত । কাৰণ এটাই কম সময়তে উপাৰ্জন কৰিব পাৰে টকা । প্ৰতিদিনে এগৰাকী যুৱতী বা মহিলাই কমেও ১০,০০০/- টকা উপাৰ্জন কৰে ।


Read This Also :- কম ধন বিনিয়োগ কৰি কেনেকৈ বেছি ধন উপাৰ্জন কৰিব পাৰি জানক

Red light area of Guwahati


গুৱাহাটীৰ পল্টনবজাৰ মূখ্য ঘাটিলৈ ৰূপান্তৰ হোৱাৰ পিছত এইবাৰ কি জালুকবাৰী, গণেশগুৰীত চলিছে নাৰী দেহ ব্যৱসায় । অসম আৰক্ষীৰ নাকৰ তলতেই চলিছে এই ব্যৱসায় । বহুবাৰ বাতৰি পৰিৱেশনৰ পিছতো গা নলৰে দেহ ব্যৱসায়ৰ চৰ্দাৰ সকলৰ আৰু প্ৰশাসনৰ । গুৱাহাটী অলিয়ে গলিয়ে যদি এনে কাণ্ড এতিয়া সুলভ হয় তেন্তে কোনদিশে অসমৰ পৰিস্থিতি । বৰ্তমান গণেশগুৰীৰ উৰণীয়া সেতুৰ তলত চলিছে মুকলি দৰদাম । টাইমছ গুৱাহাটীৰ অনুসন্ধানত ধৰা পৰিছে এই তথ্য । মুকলিকৈ চলে দৰদাম । অসম আৰক্ষীয়ে এনেবোৰ মহিলাক নাকি লগাব পাৰিবনে ?

Read This Also :- কম ধন বিনিয়োগ কৰি কেনেকৈ বেছি ধন উপাৰ্জন কৰিব পাৰি জানক




ব্লেকমেইলিং বৃদ্ধি :- বহু নাৰীয়ে উপাৰ্জনৰ বাবে দেহা বিক্ৰী কৰাৰ লগতে সেই যৌনকায্যৰ সম্পূৰ্ণ ভিডিঅ' বনাই ৰাখে । আৰু ভিডিঅ' ভাইৰেল কৰাৰ ধমক দিয়ে , তাৰ পিছত প্ৰতি মাহে সেই পুৰুষ জনে টকা দি থাকিব লগা হয় যুৱতী গৰাকীক । আনকি ৰেপ কেছ দিয়াৰো ধমক দিয়ে । এনে ক্ষেত্ৰত এই ব্যৱসায়ৰ পৰা বাচি থকাই মংগল । কোনো স্থানত এনে কাণ্ড হৈ থাকিলে আৰক্ষীক অৱগত কৰক ।

শেষত কেইটামান প্ৰশ্ন :- 

কিয় নাৰীয়ে নিজৰ দেহা বিক্ৰী কৰে ? 

উপাৰ্জনৰ বাবে দেহ বিক্ৰীয়েই একমাত্ৰ উপায় নেকি ? 


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.