মাত্ৰ ১৫০ টকাত LIC ৰ এই জীৱনবীমা কৰক আৰু আপুনি পাব ১৯ লাখ টকা : LIC New Childrens money back plan

 মাত্ৰ ১৫০ টকাত LIC ৰ এই জীৱনবীমা( Life Insurance ) কৰক আৰু আপুনি পাব ১৯ লাখ টকা

LIC New Childrens money back plan

Times Guwahati

এই আচঁনি খনৰ নাম হ'ল, নিউ চিলড্ৰেনছ মানি বেক  প্লেন (LIC New Childrens money back plan)  অসমৰ মানুহৰ বহুত আশা আৰু কল্পনাৰ বাবে মুখ্যমন্ত্ৰীৰ সভাৰ স্থান ৰাতিৰ ভিতৰতে সলনি কৰিলে | দেশৰ ভিতৰতে বৃহৎ কোম্পানী, Life Insurance কোম্পানীয়ে গ্ৰাহকৰ সুবিধাৰ্থে কেইবাটাও বীমা আঁচনি সূচনা কৰে | বৰ্তমান সময়ত যেতিয়াই বিনিয়োগ পৰিকল্পনা কৰা হয়, সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰি কৰা হয় | কিছুমান মানুহে তেওঁলোকৰ শিশুৰ শিক্ষা, বিবাহ আৰু অন্যান্য খৰচৰ কথা চিন্তা কৰি বহুতো আঁচনিত টকা বিনিয়োগ কৰে | LIC ৰ এনেকুৱা এখন আঁচনি আছে | আঁচনি খনৰ নাম হ'ল নিউ চিলড্ৰেনছ মানি বেক প্লেন (LIC New Childrens money back plan

বীমা খনৰ  বিষয়ে অধিক জানক

- এই জীৱনবীমা খন খোলাৰ বাবে ন্যূনতম  বয়স 0

- বীমাকৰনৰ সৰ্বাধিক বয়স ১২ বছৰ 

- বীমাকৰনৰ ন্যূনতম টকা ১০,০০০ 

- সৰ্বাধিক বীমাকৰনৰ কোনো  সীমা নাই 

Read More :- 

এল আই চি (LIC) ৰ এই আচঁনি খন সম্পূৰ্ণ ২৫ বছৰৰ বাবে | এই আচঁনি খনৰ তলত বীমাকৰন কৰা জনক তেও যেতিয়া ১৮, ২০ আৰু ২২ বছৰীয়া হ'ব, এল আই চি য়ে বেচিক টকাৰ ২০-২০ শতাংশ পৰিশোধ কৰিব | বাকী ৪০ শতাংশ তেওক বীমাকৰনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত আদায় কৰা হ'ব | ইয়াৰ লগতে সকলো ধৰণৰ বাকী ৰোৱা Bonus ও প্ৰদান কৰা হ'ব | বীমাকৰন কৰা জনে তেওৰ বীমা খন সম্পূৰ্ণ হোৱাৰ পিছত বাকী ৪০ শতাংশ  ধন আৰু Bonus পাব |

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.