" SBI বেংকে কোনোধৰনৰ Dacument নোলোৱাকৈ দিছে ৫০,০০০ টকাৰ লোন : কেৱল ৩ মিনিটত

SBI বেংকে কোনোধৰনৰ Dacument নোলোৱাকৈ দিছে ৫০,০০০ টকাৰ লোন : কেৱল ৩ মিনিটত

 SBI বেংকে কোনোধৰনৰ Dacument নোলোৱাকৈ দিছে ৫০,০০০ টকাৰ লোন : কেৱল ৩ মিনিটত

Apply for Emudra Loan online


দেশৰ বৃহত্তম চৰকাৰী বেংক হিচাপে পৰিচিত State bank of India ই সৰু ব্যৱসায়ৰ বাবে ৫০ হাজাৰ টকাৰ লোন দি আছে । SBI কোনো শাখাত নগৈ ঘৰতে বহি online তেই কোনো Dacuments নথকাকৈয়ো E-Mudra loan ৰ বাবে আবেদন কৰিব পাৰিব । আহক জানো অনলাইন কৰাৰ নিয়ম …...


E-Mudra ৰ বিশেষত্ব

লঘু (Micro) উদ্দমী হব লাগিব । SBI ৰ অতি কমেও ৬ মাহ বা তাতকৈ পুৰনা গ্ৰাহক হব লাগিব আৰু লেনদেন ভাল হব লাগিব । অধিক ঋণ পাব পাৰে ‍১ লাখ টকালৈ ।

লোন ধাৰ মৰাৰ সময় সীমা ৫ বছৰ । 

এইখিনি হলেই আপুনি  ৫০,০০০/- টকা পোৱাৰ বাবে যোগ্য । যদিহে ৫০ তকৈ অধিক প্ৰয়োজন তেন্তে বেংকৰ শাখালৈ যাবই লাগিব । 

৫০০০০ টকাতকৈ ওপৰত Loan Apply কৰিলে লাগিব এইখিনি নথি

চলি থকা বেংক Account ৰ শাখা বিৱৰন

ব্যৱসায়ৰ প্ৰমাণ ( নান, আৰম্ভ কৰা তাৰিখ লগতে ব্যৱসায়ৰ স্থান) 

UIDAI : Aadhaar বেংকৰ লগত লিংক থাকিব লাগিব । জাতিৰ বিৱৰণ ( Ganeral / SC / ST / OBC)

তথ্য Upload কৰিবলৈ GST আৰু উদ্যোগ আধাৰ থকাটো বাঞ্চনীয় ।

৫০ হাজাৰ ৰ পৰা ১ লাখৰ বাবে আবেদন কাৰি সকলে বেংকলৈ গৈ তথ্যখিনিত চহী কৰি বেংক বিষয়াই দিয়া from খনত চহী কৰিব লাগিব । বেংক বিষয়া গৰাকীক সকলো তথ্য সঠিকভাৱে দিব লাগিব ।  আলোচনা হোৱাৰ পিছত তেওঁলোকে আপোনাৰ মবাইলত SMS যোগে সকলো তথ্য পাব । SMS ৰ যোগেদিয়ে প্ৰতিটো Update পাই থাকিব । E-mudra portal ত আপোনাৰ তথ্য সন্নিবিষ্ট হব । Loan যদি পোৱাটো ঠিৰাং হয় তেন্তে SMS পাব আৰু ৩০দিনৰ ভিতৰত সকলো তথ্য জমা দিব লাগিব পুনৰাই ।

কি কি নথিপত্ৰ লাগি sishu Mudra Loan ৰ বাবে :-

Registration certificate of GST

Udyog Aadhar details

SBI account details

Shop & Establishment Certificate


Documents required for Kishore and Tarun Mudra Loan

Proof of Identity such as PAN, Voter ID,

Aadhar Card, Passport etc.

Proof of Residence such as Utility bills, Passport

Property Tax receipt, etc.

Bank Statements for the last 6 months.

Price Quotations for buying equipment or machinery.

Aadhar & proof of establishment for Business ID.

Profit & Loss statement for the previous 2 years

Balance Sheet statement for the last 2 years.

Partnership Deed and Legal Arrangement documents

Passport size Photographs of the applicant.

How to Apply for E-Mudra Loan :-

প্ৰথমে emudra ৰ ৱেৱচাইতত যাব লাগিব 

তাৰ পিছত Proceed ক্লিক কৰি সকলো ভালদৰে পঢ়ি "ok" টিপক । এতিয়া আপোনাক অন্য পৃষ্ঠালৈ লৈ যোৱা হব । তাত Mobile number, bank account number , Loan amount ভৰাব লাগিব তাৰপিছত proceed  টো টিপিব লাগিব । এতিয়া Online application খন সম্পূৰ্ণ শুদ্ধকৈ Fill up কৰিব লাগিব । আৰু Aadhaar নম্বৰ দি Sign in কৰিব লাগিব আৰু Next টিপি OTP আহিব verify কৰিব লাগিব । এনেকৈ কৰিব পাৰিব অনলাইন। অধিক জানিবকৈ তলৰ ভিডিঅ'টো চাব পাৰিব ।


Post a Comment

Previous Post Next Post

People Like