" নিজৰ গিৰিয়েকৰ ওপৰত সন্দেহতেই পত্নীয়ে কৰিলে এই কাম : ভাইৰেল হ'ল ভিডিঅ'

নিজৰ গিৰিয়েকৰ ওপৰত সন্দেহতেই পত্নীয়ে কৰিলে এই কাম : ভাইৰেল হ'ল ভিডিঅ'

 

Image from Hindustan Times

নিজৰ গিৰিয়েকৰ ওপৰত সন্দেহতেই পত্নীয়ে কৰিলে এই কাম : ভাইৰেল হ'ল ভিডিঅ'

ৰাস্তাৰ মাজতে নিজৰ husband ৰ গাড়ীৰ ওপৰতে বহিলে পত্নীয়ে ।

পৰোচনা কৰি থকা গিৰিয়েকক ধৰা পেলাবলৈ আপুনি কিমান দুৰ যাব পাৰে ? এটা ঘটনাই মুম্বাইত traffic জাম কৰি দিলে । যেতিয়া মহিলা গৰাকীয়ে নিজৰ গিৰিয়েক তেওঁৰ গাড়ীত অন্য মহিলাৰ সৈতে দেখিলে তেতিয়াই লগে লগে পিছে পিছে গৈ গাড়ীৰ ওপৰত বহি ললে । আগৰে পৰা সন্দেহ আছিল যে গিৰিয়েকৰ অন্য মহিলাৰ সৈতে গোপন সম্পৰ্ক আছিল । বহু দিনৰ পৰা সুবিধা লৈ আছিল ধৰা পেলাবলৈ কিন্ত ধৰা পেলাবলৈ সক্ষম হোৱা নাছিল । কিন্তু শনিবাৰে ধৰা পৰিল পত্নীৰ হাতত । চিঞৰ মাৰি মাৰি ৰাইজক শুনালে তাৰ কুকৰ্মৰ কথা । প্ৰায় ১ ঘন্টা ধৰি ৰাজপথত গাড়ী আবদ্ধ হৈ থাকিল । এই সমগ্ৰ ঘটনাৰ ভিডিঅ ভাইৰেল হ'ল সকলোতে । Viral হোৱা ভিডিঅ'ত এখন luxery XUV (Sports Utility vehicle ) ৰ সন্মোখত চেণ্ডেল দেখুৱাই ২য় মহিলা গৰাকীক গাড়ীৰ পৰা নামিবলৈ বাধ্য কৰিলে । প্ৰথম অৱস্থাত গিৰিয়েকে গাড়ীৰ পৰা উলাব বিচৰা নাছিল । পিছত বাধ্য হৈ বাহিৰ হৈ মহিলাগৰাকীৰ লগত তাৰ পৰা আতৰি যাবলৈ চেষ্টা কৰিছিল । কিন্তু পত্নীয়ে চেগ বুজি এটা গোৰ মাৰিলে । ইয়াৰ পিছত বহু সময় তৰ্ক বিতৰ্ক্ হ'ল । তাৰ পিছতে traffic আইন উলংঘা কৰাৰ বাবে জৰিমনা ভৰিলে গাড়ীৰ মালিকে । বহু লোকে এই কাণ্ড চাই হাহীৰ খোৰাক পালে । দুয়ো পতি পত্নীৰ মাজত কাজিয়া চলি থকাৰ আৰক্ষীক খবৰ দিলে । খবৰ অনুসৰি মহিলা গৰাকীয়ে নিজৰ গিৰিয়েকৰ পিছা কৰা, ৰাস্তাত traffic জাম কৰাৰ বাবে তেওঁৰ ওপৰতো চালান কাতিলে । আৰু তিনিওকে আৰক্ষী থানালৈ লৈ যোৱা হয় ।

Post a Comment

Previous Post Next Post

People Like