এই চহৰত কিনিব পাৰে আপোনাৰ মনপছন্দৰ কইনা,কইনাৰ বজাৰৰ বিষয়ে জানক।
এই পৃথিৱীত সকলো বস্তুৱেই বিক্ৰীবৰ বাবে, কেৱল মাত্ৰ দামটো সঠিক হোৱাৰ প্ৰয়োজন। এই পৃথিৱীত এনেকুৱা এখন বজাৰ আছে য'ত পুৰুষে নিজৰ মন পছন্দৰ কইনা কিনিব পাৰে।বুল্গাৰিয়াৰ ষ্টাৰা জাগোৰাত কইনাৰ এই বজাৰখন বহে ।এই বজাৰ খনত আপোনাৰ পছন্দৰ কইনা নিশ্চয় পাব ।
কইনাৰ বজাৰ খনৰ বিষয়ে অলপ জানো আহক ।
এই বজাৰ খন বুল্গাৰিয়াত তিনি বছৰৰ মূৰে মূৰে এবাৰকৈ অনুষ্ঠিত হয় । এই বজাৰ খনত দুখীয়া পৰিয়ালৰ ছোৱালী বোৰক বিক্ৰী কৰা হয়।এই ছোৱালী বোৰৰ পৰিয়ালে তেওঁলোকৰ বিয়াৰ খৰচ বহন কৰিবলৈ অসক্ষম হয় , সেয়ে তেওঁলোকক এই বজাৰত বিক্ৰী কৰিবলৈ আনিব লগীয়া হয়
Read More :- বিয়াৰ পিছত কিছুমান মহিলা শকত হৈ যায় , এইয়াই হৈছে এই পৰিবৰ্তনৰ কাৰণ
কিনিব পাৰে আপোনাৰ মনপছন্দৰ কইনা ।
এই বজাৰত ল'ৰাই কইনা পছন্দৰ বাবে নিজৰ পৰিয়ালৰ সৈতে আহে । ল'ৰা জনে ইয়াত মন পছন্দৰ কইনাক পত্নী ৰূপত স্বীকাৰ কৰে।এই বজাৰত বিয়াৰ পূৰ্বে ল'ৰাক কইনা গৰাকীৰ লগত কথা পতাৰ সুযোগ প্ৰদান কৰা হয়। ইয়াৰ পিছত ল'ৰাৰ পৰিয়ালে সেই কইনা গৰাকীৰ পৰিয়ালক ঠিক হোৱা দাম আদায় দি কইনা গৰাকীক লগত লৈ যায়। কইনা বিক্ৰীৰ এই বজাৰ খন দুখীয়া পৰিয়ালৰ মাজত বহু বছৰৰ পৰা চলি আহিছে।এই প্ৰথাটোত আইনৰো কোনোধৰণৰ বাধা নাই।