বিয়াৰ পিছত কিছুমান মহিলা শকত হৈ যায় , এইয়াই হৈছে এই পৰিবৰ্তনৰ কাৰণ

বিয়াৰ পিছত কিছুমান মহিলা শকত হৈ যায় , এইয়াই হৈছে এই পৰিবৰ্তনৰ কাৰণ 

বিয়াৰ পিছত কিছুমান মহিলা শকত হৈ যায় , এইয়াই হৈছে এই পৰিবৰ্তনৰ কাৰণ


বিয়াৰ পিছত মহিলাৰ বিভিন্ন ধৰণৰ পৰিবৰ্তন হয় । যেনে , আপুনি জ্ঞাত যে বিয়াৰ কেইমাহ মান পিছত তেওঁলোকৰ শৰীৰ হিষ্ট পুষ্ট হৈ পৰে । এইটো সকলোৰে ক্ষেত্ৰত নহয় যদিও অধিক সংখ্যক লোকৰ ক্ষেত্ৰত দেখা যায় । বিয়াৰ পিছত মহিলাৰ ওজন বাঢ়িবলৈ ধৰে আৰু হৰ্মন বোৰো সলনি হবলৈ ধৰে । আপুনি যদি লক্ষ্য কৰিছে তেনেহলে দেখিবলৈ পাইছে যে বিয়াৰ আগলৈকে শৰীৰ টো maintain হৈ থাকে , কিন্তু বিয়া হৈ যোৱাৰ পিছত শৰীৰত বিভিন্ন ধৰণৰ পৰিবৰ্তন দেখিবলৈ পোৱা যায় । অধিক সংখ্যক মহিলাই বিয়াৰ পিছত শকত হৈ যায় আৰু শৰীৰৰ অংগৰ বিভিন্ন পৰিবৰ্তন হৈ যায় । আপুনি দেখিবলৈ পাইছে হয়টো বিয়াৰ পিছত মহিলাৰ উৰুসন্ধি(টিকা) ডাঙৰ হৈ যায় । তেনেহলে বলক আজি আপোনালোকক কম মহিলাৰ উৰুসন্ধি কি কাৰণত ডাঙৰ হয় । 

পেট খোলোচা নোহোৱা বা শৌচ অতি কঠিন হোৱা বিকাৰ বা গেছৰ বাবে যদি চিন্তিত হৈছে তেনেহলে কৰক এই চাৰিটা কাম ।

ইয়াৰ কাৰণ টো জানিবৰ বাবে এটা Survey কৰা হৈছিল আৰু সেই Survey ত ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ ১৫০ গৰাকী মান মহিলা লোৱা হৈছিল আৰু সেই Survey ত পোৱা গৈছিল যে ছোৱালী আৰু বিবাহিত মহিলাৰ উৰুসন্ধিৰ মাজত যথেষ্ট পাৰ্থক্য আছিল । বিয়া হোৱা মহিলা গৰাকীৰ উৰুসন্ধি ডাঙৰ আছিল আৰু ছোৱালীৰ উৰুসন্ধি বিবাহিত মহিলা গৰাকীৰ তুলনাত সৰু আছিল ।

Survey ৰ মতে বিবাহৰ পিছত মহিলাৰ শৰীৰত কিছুমান হৰ্মনৰ পৰিবৰ্তন হয় কাৰণ বিয়াৰ পিছত নিজ জীৱন সংগীৰ লগত গৃহস্থ জীৱন যাপন কৰিবলৈ আৰম্ভ কৰে ,আৰু তেনে ক্ষেত্ৰত কিছুমান হৰ্মন পৰিবৰ্তন হবলৈ আৰম্ভ কৰে । যৌন সম্বন্ধৰ প্ৰভাৱ হৰ্মনৰ ওপৰত পৰে । যি মহিলাই নিজ জীৱন সংগী জনৰ লগত অধিক সময় যৌন সম্বন্ধ কৰে তেওঁলোকৰ উৰুসন্ধি অন্য মহিলাৰ তুলনাত অধিক বিকশিত হয় । 

আপুনি জানি আচৰিত হব যে , যি মহিলাৰ উৰুসন্ধি অধিক ডাঙৰ হয় তেওঁলোকৰ এটা ভাল সুবিধাও হয় যে যি সকলৰ উৰুসন্ধি ডাঙৰ হয় তেওঁলোকে সন্তান জন্ম দিয়াৰ সময়ত বেছি কষ্ট অনুভৱ নহয় কিন্তু যি সকল মহিলাৰ উৰুসন্ধি সৰু হয় তেওঁলোকে সন্তান জন্ম দিয়াৰ সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হব লগীয়া হয় । এই কথাটো কিমান দুৰ সত্য সেইটো কব টো নোৱাৰি কিন্তু কিছু লোকে মানি লয় যে এইটো সত্য । 

নিজৰ জীৱন সংগীৰ লগত বিবাহৰ পিছত নিয়মিত ৰূপত শাৰীৰিক সম্বন্ধ কৰাৰ ফলত মহিলাৰ শৰীৰৰ অংগৰ পৰিবৰ্তন হবলৈ ধৰে আৰু সকলোতকৈ বেছি পৰিবৰ্তন তেওঁলোকৰ উৰুসন্ধিত দেখিবলৈ পোৱা যায় কাৰণ তেওঁলোকৰ হৰ্মন বোৰ সলনি হবলৈ ধৰে ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.