ডাকঘৰত একাউণ্ট আছে যদি এতিয়াই চাওঁক এই নতুন সুবিধা !
Post Office ৰ চমক। এইবাৰ ডাকঘৰে আপোনাক অধিকতৰ সুতেৰে আপোনাৰ ভৱিষ্যতক মজবুত কৰিব। SBI ৰ লগতে অন্যান্য বেংকবোৰতকৈও দিছে অধিক সুত ডাকঘৰে।তেনেহ'লে অপুনি ভৱিষ্যতৰ ওপৰত চিন্তা কৰি টকা জমা কৰাৰ সপোন দেখিব পাৰে ডাকঘৰৰ যোগেদি য'ত উচ্চহাৰত দিয়া সুতে আপোনাক কৰিব বিশেষভাবে লাভান্বিত।
Post Office ৰ বিশেষ চমকবোৰৰ ভিতৰত আপুনি প্ৰশংসা কৰিব পাৰে Fixed Deposit ক। আপুনি বেছি লাভৰ আশা কৰিব পৰা এই deposit ৰ সুযোগ অতি শীঘ্ৰেই গ্ৰহণ কৰক।এনে সুযোগ SBI, HDFC, ICICI আদিয়েও আপোনাক দিব নোৱাৰে।
এতিয়া Post Office ৰ Fixed Deposit ৰ বিষয়ে জানো আহক-
১। এবছৰীয়া Fixed Deposit (pre tax) ত সুত দিছে SBI য়ে 4.99%, HDFC বেংকে দিছে 5.10% আৰু ICICI বেংকে দিছে মাত্ৰ 5% ।
কিন্তু ডাকঘৰে আপোনাক দিছে 5.50% ।
২। পাচবছৰীয়া Fixed Deposit ত (pre tax)Post Office য়ে দিছে 6.7% যিসময়ত SBI য়ে দিছে মাত্ৰ 5.40% , HDFC য়ে দিছে 5.30% আৰু ICICI য়ে দিছে 5.30%।
এয়া আপোনাৰ বাবে সঠিক সময়ৰ সুযোগ।পলম নকৰি জমা কৰক আপোনাৰ কষ্টৰ উপাৰ্জনৰ এক অংশ।
No
ReplyDeleteGood offer. Thnx
ReplyDeleteJiabur Rahman
ReplyDeleteGood office.thanks
ReplyDeleteGood office.thanks
ReplyDeleteভাল খৱৰ
ReplyDeleteGood offer
ReplyDeleteGood offer
ReplyDeleteMonthly 5.10 ne yearly 5.10
ReplyDeleteVery good
ReplyDelete