ডাকঘৰত একাউণ্ট আছে যদি এতিয়াই চাওঁক এই নতুন সুবিধা : Post Office new offer

Post Office ±mùûþ


ডাকঘৰত একাউণ্ট আছে যদি এতিয়াই চাওঁক এই নতুন সুবিধা !


Post Office ৰ চমক। এইবাৰ ডাকঘৰে আপোনাক অধিকতৰ সুতেৰে আপোনাৰ ভৱিষ্যতক মজবুত কৰিব। SBI ৰ লগতে অন্যান্য বেংকবোৰতকৈও দিছে অধিক সুত ডাকঘৰে।তেনেহ'লে অপুনি ভৱিষ্যতৰ ওপৰত চিন্তা কৰি টকা জমা কৰাৰ সপোন দেখিব পাৰে ডাকঘৰৰ যোগেদি য'ত উচ্চহাৰত দিয়া সুতে আপোনাক কৰিব বিশেষভাবে লাভান্বিত।

Post Office ৰ বিশেষ চমকবোৰৰ ভিতৰত আপুনি প্ৰশংসা কৰিব পাৰে Fixed Deposit ক। আপুনি বেছি লাভৰ আশা কৰিব পৰা এই deposit ৰ সুযোগ অতি শীঘ্ৰেই গ্ৰহণ কৰক।এনে সুযোগ SBI, HDFC, ICICI আদিয়েও আপোনাক দিব নোৱাৰে।


এতিয়া Post Office ৰ Fixed Deposit ৰ বিষয়ে জানো আহক-

১। এবছৰীয়া  Fixed Deposit (pre tax) ত সুত দিছে SBI য়ে 4.99%, HDFC বেংকে দিছে 5.10% আৰু ICICI বেংকে দিছে মাত্ৰ 5% ।

কিন্তু ডাকঘৰে আপোনাক দিছে 5.50% ।

২। পাচবছৰীয়া Fixed Deposit ত (pre tax)Post Office য়ে দিছে 6.7% যিসময়ত SBI য়ে দিছে মাত্ৰ 5.40% , HDFC য়ে দিছে 5.30% আৰু ICICI য়ে দিছে 5.30%।

এয়া আপোনাৰ বাবে সঠিক সময়ৰ সুযোগ।পলম নকৰি জমা কৰক আপোনাৰ কষ্টৰ উপাৰ্জনৰ এক অংশ।

Tags

Post a Comment

10 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.