Credit Card আৰু Debit Card ব্যৱহাৰ কৰা লোকলৈ নতুন নিয়ম। Credit card debit card new rule

Credit card debit card new rule

 

Credit Card আৰু Debit Card ব্যৱহাৰ কৰা লোকলৈ নতুন নিয়ম।

কৰোনাৰ গভীৰ প্ৰভাৱৰ বাবেই সকলোতেই পৰিবৰ্তন।Reserve Bank of India ই সংস্কাৰ সাধনেৰে Credit Card  আৰু Debit Card ব্যৱহাৰ কৰা লোকসকললৈ নতুন নিয়ম আনিলে।এই নিয়মৰ লক্ষ্য হৈছে সুৰক্ষা দিয়া।

উল্লেখ্য যে,২০২০ বৰ্ষৰ জানুৱাৰী মাহতেই Central Bank য়ে প্ৰথমে নতুন নিৰ্দেশনা প্ৰকাশ কৰিছিল।সেই নিৰ্দেশনা ৰূপায়নৰ সময়সীমা মাৰ্চতে দিয়া হৈছিল যদিও আৰু দুবাৰ দিয়া হৈছিল। এবাৰ জুন মাহৰ ১৬ তাৰিখ আৰু আনবাৰ অক্টোবৰৰ ১ তাৰিখ।

ব্যৱহাৰকাৰীৰ সুচলতা আৰু card transaction ৰ সৰক্ষাৰ হেতু বনোৱা নতুন নিয়মৰ বিশেষ দিশটো হ'ল-গ্ৰাহকে এতিয়া ইচ্ছা অনুসৰি card ৰ switch on আৰু switch off কৰিব পাৰিব।

সেয়াই নে?ATM transaction আৰু online payment ৰ ক্ষেত্ৰটো একেই পদ্ধতি অৱলম্বন কৰিব পাৰিব।আনকি গ্ৰাহকে সকলোধৰণৰ লেনদেনৰ বাবে নিজাকৈ এক লেনদেনৰ নিৰ্দিষ্ট সীমা ঠিক কৰি ল'ব পাৰিব।

ঐই সকলোধৰণৰ সুচলতাৰ কাৰণে Reserve Bank of India ই সকলো বেংকক 24×7 mechanism সংযোজন কৰিবলৈ নিৰ্দেশ দিছে যি গ্ৰাহকক নতুন option ৰ সুবিধা দিব।

পিছে আপুনি আচৰিত হ'ব যে প্ৰযুক্তিবিদ্যাৰ নতুন সুবিধাই আপোনাক আৰু বিশেষ সুবিধা দিব। সেয়া হৈছে-

mobile application, internet banking, ATMs আৰু Interactive Voice Response

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.