E commerce company flipkart ৰ সহায়ত কেৱল ৩ দিনতেই ৭০ জন হ'ল কোটিপতি । আৰু ১০ হাজাৰ লোক হ'ল লাখপতি । কোম্পানিৰ মতে এসকল Tier to চহৰ সকলো লোক । flipkart ৰ মতে কৰোনা মহামাৰীৰ বাবে এইবাৰ ভাৰতত Online shopping কৰাৰ প্ৰবনতা বৃদ্ধি পাইছে । যাৰ লাভ গ্ৰাহকৰো হৈছে আৰু কোম্পানিত বিক্ৰেতা সকলৰো হৈছে ।
Sale কৰি Income কৰিলে ধন :-
Bussiness standed ৰ তথ্যৰ মতে কোম্পানিয়ে উৎসৱৰ বতৰৰ সময়ত Big Billion Days Sale ৰ আয়োজন কৰিছিল । কোম্পানিৰ সৈতে জড়িত ৩ লাখ বিক্ৰেতাই flipkart ৰ জৰিয়তে গোটেই দেশতেই সামগ্ৰী বিক্ৰী কৰিছিল । এই ৩ লাখ লোকৰ ভিতৰত ৬০% লোক Tier to চহৰৰ বাসিন্দা ।
বৃদ্ধি হ'ল Online shopping ৰ প্ৰবনতা
কৰোনা কালত মানুহত মাজত online shopping ৰ প্ৰবনতা বাঢ়ি গৈছে । যাৰ বাবে বিক্ৰী আগতকৈ এইবছৰ বৃদ্ধি হৈছে । যাৰ বাবে কোম্পানিটোৱে ভাৰতত আৰু ৩০০০ পিনকোডত পোনে পোনে delivery কৰাৰ সিদ্ধান্ত লৈছে ।
লাভ হৈছে বিক্ৰেতা সকলৰ :
গ্ৰাহকে Big billion sale ৰ সময়চোৱাত সকলোতকৈ বেছি ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিছে । Hand senitizer, shop,hair oil etc সামগ্ৰী বিক্ৰীৰ সংখ্যা অধিক । বিশেষকৈ Personal care ৰ সকলো সামগ্ৰীৰ বিক্ৰীও অধিক । প্ৰথম অৱস্থাতেই Digital Online transition তেই ৬০% লাভ হৈছিল । কেৱল ৭২ ঘন্টাতেই
ইয়াৰ লগতেই flipkart app টো ৩৬ মিলিয়ন নতুন গ্ৰাহকে ডাউনলোড কৰিছে আৰু ব্যৱহাৰ কৰিছে । ইয়াৰ পৰা এইটোৱেই প্ৰমান যে Digital transition ত সৰু সৰু চহৰো অধিক আগবঢ়া ।
Online shopping কৰি গ্ৰাহকেও বহু সুবিধা পাইছে বজাৰ মুল্যতকৈ কম দামত উপলব্ধ হৈছে Online ত । যাৰ বাবেও গ্ৰাহকেও সন্ত্তষ্টি পাইছে ।