Drivers/ Learners License Apply Now
এনেদৰে Apply কৰক ড্ৰাইভিং লাইচেন্সৰ বাবে
Assam CM launches app for Driving license
অসমৰ বাহন আৰোহীক সকাহ দি অলপতে মুকলি কৰা হৈছে এটা app, যাৰ সহায়ত এতিয়াৰ পৰা ঘৰৰ পৰাই আপুনি লাভ কৰিব ড্ৰাইভিং লাইচেন্স।
এতিয়াৰে পৰা আপুনি আৰু ড্ৰাইভিং লাই চেন্সৰ বাবে DTO অফিচলৈ তাঁত বাটি কৰিব নালাগে। সঁচাকৈয়ে এইয়া সকলোৰে বাবে এক সু খবৰ! ইয়াৰ নিয়ম নীতি সমূহ জানিবলৈ তলৰ লিংকত ক্লিক কৰক ।
Read More :- এখন চহৰ য’ত সকলো ঠাইতে মানুহে উলংগ হৈ ঘুৰি ফোৰে
কিদৰে Apply কৰিব Driving licence ৰ বাবে জানো আহক :-
১) প্ৰথম https://parivahan.gov.in/ Website বা Parivahan App ত যাব লাগিব ।
২) তাৰ পিছত Drivers/ Learners License
License registration on your fingertips ক্লিক কৰিব লাগিব ।
৩) নিজৰ ৰাজ্য বাচনি কৰিব লাগিব Ex : অসমৰ বাবে Assam ।
৪) এতিয়া Apply for learner licence ক্লিক কৰক ।
৫) Continue কৰি Aadhaar Number প্ৰবিষ্ট কৰিলে নিজে নিজেই আপোনাৰ সকলো ডাটা অন্তভুক্ত হৈ যাব ।
৬) ইয়াৰ পিছত নিজৰ তথ্য খিনি ঠিকে আছে নে পৰীক্ষা কৰি proceed ক্লিক কৰক ।
৭) ইয়াৰ পিছত দুচকীয়া নে চাৰিচকীয়া নে অন্যৰ বাবে Apply কৰিছে তাক বাচনি কৰি , অনলাইন যি Fee বা মাননী হয় তাক Online payment যোগেদি Pay কৰক ।
৮) তাৰ পিছত Online interview ৰ বাবে এটা তাৰিখ বাচনি কৰক ।
৯) ইয়াৰ পিছত Driving Test ৰ বাবে তাৰিখ বাচনি কৰক । আৰু Submit কৰক
LL TEST ৰ বৰ্তমান Website টো Develop কৰি থকা হৈছে
বি.দ্ৰ. :- DTO অফিচ গৈ দালালৰ সহায় নলব । যদি licence ৰ বাবে আপোনাক অধিক ধন বিচাৰে তেন্তে আৰক্ষীক অৱগত কৰক নাইবা DC বা দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰক ।