পৃথিৱীৰ এনে এখন চহৰ য’ত সকলো ঠাইতে মানুহে উলংগ হৈ ঘুৰি ফুৰে , কিন্তু এটা কথা মানি চলিব লাগে ।
এই আজৱ দুনিয়াৰ বিভিন্ন নিয়ম নীতি আছে , সকলোৰে এক কলা-সংস্কৃতি আছে । যিয়ে সেই ঠাইক আনতকৈ বেলেগ কৰে । কিন্তু এই পৃথিৱীত এনে এক সংস্কৃতি আছে যিয়ে আপোনাক আচৰিত কৰিব । ভাৱকচোন এনে এখন ঠাইৰ বিষয়ে য’ত মানুহে কাপোৰ নিপিন্ধে , সেই ঠাইত মেল মিতিং, উৎসৱ, বিয়াটো কাপোৰ পৰিধান নকৰাকৈ যায় মানুহে । এই চহৰ এনে Lifestyle ৰ বাবেই বিখ্যাত । গতিকে আহক এই চহৰ বিষয়ে জানো ।
এই চহৰক উলংগ চহৰ বুলিও কোৱা হয় বা ই জনাজাত
ফ্ৰান্স ৰ Cap D’Adge নামৰ চহৰখন এনে Lifestyle ৰ বাবেই উলংগ চহৰ বুলি কোৱা হয় । কোৱা হয় যে এই চহৰত মানুহ এক মাত্ৰ উলংগ হৈ ফুৰিবলৈ আহে । ইয়াত অহা বিদশী , শ্ৰদেশী পৰ্যতকে কোনো আইনৰ আওতালৈ নাহে । বা কোনো অসুবিধাৰ সন্মোখীন নহয় । পৰ্যতকে বিনা কাপোৰেৰে ঘুৰিব পাৰে । বিশেষকৈ গৰমৰ দিনত এই ঠাইৰ সাগৰ পাৰলৈ ৫০ হাজাৰৰো অধিক পৰ্যতক আহে ।
Honeymoon destination ৰ এই বিশেষ ঠাই
Cap D’Adge চহৰ honeymoon destination ৰ বাবে জনা যায় । কাৰণ ইয়াত মানুহে বিবা বস্ত্ৰৰে ঘুৰিব পৰা অধিকাৰ আছে । এই ঠাই সাগৰৰ মনোমোহা দৃশ্যৰ বাবেও বিখ্যাত । সাগৰৰ ঢৌয়ে বিশেষ সৌন্দয্য প্ৰদান কৰে ।
কিন্তু এই কথাখিনি মানী চলিব লাগিব
এই ঠাইত যদিও উলংগ হৈ থাকিব পাৰি কিন্তু কোনো ধৰণৰ যৌন কাৰ্যত লিপ্ত হ’ব নোৱাৰিব । আৰু এই ঠাই Photography, Videography কৰিব নোৱাৰিব । আৰু এই ঠাইত ভ্ৰমণ কৰিব বিচাৰিলে মাচুল আদায় কৰিব লাগিব । যদি এই আইন উলংঘ কৰে তেন্তে জৰিমনা আৰু জেইল দুয়োটাই হ’ব ।