এতিয়াৰে পৰা গাড়ীৰ হৰ্ণত বাজিব দবা , তাল , নাগাৰা : কি কলে পৰিবহন বিভাগে

 এতিয়াৰে পৰা গাড়ীৰ হৰ্ণত বাজিব দবা , তাল , নাগাৰা : কি কলে পৰিবহন বিভাগে

new car horn rule

ক্ৰমাৎ বৃদ্ধি পোৱা গাড়ীৰ সংখ্যাই বায়ু প্ৰদুষণ , শব্দ প্ৰদুষণ বৃদ্ধি কৰিছে । যাৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ আৰু নতুন নিয়ম অনাৰ কাম আৰম্ভ কৰিছে । কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীয়ে এই নিয়ম অনাৰ বাবে যো-যা কৰিছে । এতিয়াৰে পৰা গাড়ী সমূহত বৃকৎ হৰ্ণ লগাব নোৱাৰিব আৰু তাৰ পৰিবৰ্তে দবা, তাল, হাৰমনিয়াম, নাগাৰা, বাঁহী, ভাইলিনৰ মাত লগাব লাগিব ।

এই নিয়ম প্ৰবৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ কমিটি গঠন কৰিছে । এই নিয়ম নতুন গাড়ী কিনোতে Fixed হৈ আহিব । আৰু পুৰনা গাড়ী সমূহতো এতিয়া থকা হৰ্ণ সলাব লাগিব । নিতিন গাডকাৰী নাগপুৰৰ এটা বিল্ডিংত ১১ নং Floor ত থাকে । ৰাতিপুৱা শুই উঠোতেই গাড়ীৰ বৃকৎ শব্দই অশান্তী দিয়ে নিতিন গাডকাৰীক । সেই বাবেই এই বৃকৎ হৰ্ণৰ পৰা মুক্তি পাবলৈ কেন্দ্ৰীয় চৰকাৰে এই বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছে । আপোনালোকে কি ভাৱে comment কৰি জনাবচোন । 


new rule to make car horn sound like Indian musical instrument

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.