চিগাৰেট সেৱন কৰা বলিউডৰ কেইগৰাকীমান অভিনেত্রী - Most Addicted Female Smokers Of Bollywood

চিগাৰেট সেৱন কৰা বলিউডৰ কেইগৰাকীমান অভিনেত্রী - Most Addicted Female Smokers Of Bollywood

Most Addicted Female Smokers Of Bollywood

  আজি কালি চিগাৰেট সেৱন কৰাটো এটা ফেশ্বনলৈ পৰিণত হৈ পৰিছে । লৰাৰ  ক্ষেত্রত এই প্ৰৱণতা অধিক যদিও  বৰ্তমান এই প্ৰৱণতা ছোৱালীৰ মাজতো দেখিবলৈ পোৱা যায়। এই চিগাৰেট সেৱন কৰাৰ প্ৰৱণতা বলিউডৰ অভিনেত্রী সকলৰ মাজতো অতি জনপ্রিয় । আজি আমি আলোচনা কৰিম চিগাৰেট সেৱন কৰা বলিউডৰ  কেইগৰাকীমান অভিনেত্রীৰ বিষয়ে যাৰ কথাই আপোনাক হয়তো আচৰিত কৰি তুলিব। 

১) Sumona Chakravarty :- Kapil Sharma show দ্বাৰা জনপ্রিয়তা অর্জন কৰা Sumona Chakravarty বলিউডৰ কেইবাখনো চিনেমাত অভিনয় কৰিছে। তেওঁক শ্বুটিঙৰ সময়ত প্ৰায়েই চিগাৰেট সেৱন কৰা দেখা যায়। 

২) Kangana Ranaut - বলিউডৰ কুইন বুলি অভিহিত Kangana Ranaut চিগাৰেট সেৱন কৰা দেখা যায়। এক সাক্ষাত্কাৰত তেওঁ কৈছিল যে তেওঁ  ১৯ বছৰ বয়সৰ পৰাই  চিগাৰেট সেৱন কৰা আৰম্ভ কৰিছিল। 

৩) Manisha Koirala - এসময়ত বলিউডৰ জনপ্রিয় অভিনেত্রী  Manisha Koirala  বিভিন্ন স্থানত চিগাৰেট সেৱন কৰা দেখা গৈছিল। তেওঁৰ এই স্বভাৱ ইমান বেছি আছিল যে তেওঁ নিজৰ বিয়াৰ দিনতো চিগাৰেট সেৱন কৰা দেখা গৈছিল। 

৪) Rani Mukerji :- বলিউডত চিগাৰেট সেৱন কৰা অভিনেত্রী সকল ভিতৰত Rani Mukerji ৰ নামো অন্যতম। এই অভিনেত্রী গৰাকীয়ে চিগাৰেট সেৱন কৰাৰ কথা এক সাক্ষাত্কাৰত স্বীকাৰ কৰিছে। 

৫) Vidya Balan :- বলিউডৰ জনপ্ৰিয় অভিনেত্রী বিদ্যা বালনো  চিগাৰেট সেৱন কৰাত পিছ পৰি থকা নাই। তেওঁৰ এই অভ্যাস তেওঁৰ জনপ্রিয় ফ্লিম Dirty Picture ৰ পৰা আৰম্ভ হৈছিল। সেই সময়ত তেওঁ প্ৰতিদিনে প্ৰায় ২০ টাকৈ চিগাৰেট সেৱন কৰিছিল। 

৬) Karina Kapoor :- বলিউডৰ এগৰাকী সফল অভিনেত্রী কৰীনা কাপোৰো চিগাৰেট সেৱনৰ প্ৰতি আসক্ত আৰু তেওঁৰ এই আসক্তি নিজৰ পিতৃ Randhir Kapoor ৰ পৰা আহিছে বুলি কোৱা হয়। 

৭) Sushmita Sen - এসময়ৰ Miss Universe আৰু বলিউডৰ সফল অভিনেত্রী সুসমিতা সেনো চিগাৰেটৰ  প্ৰতি আসক্ত আৰু তেওঁক প্ৰায়ে চিগাৰেট সেৱন কৰা অৱস্থাত দেখা পোৱা যায়। তেওঁৰ এই অভ্যাসক তেওঁ বেয়া বুলি নাভাৱে  আৰু তেওঁৰ এইটো ব্যক্তিগত ইচ্ছা বুলি প্ৰকাশ কৰে। 

৮) Priyanka Chopra - এসময়ৰ Miss World আৰু ভাৰতীয় তথা আন্তৰাষ্ট্ৰীয় চিনেমাৰ এগৰাকী সফল অভিনেত্রী প্ৰিয়ংকা চোপ্ৰাও চিগাৰেট সেৱন কৰাৰ প্ৰতি আসক্ত। কিছুদিন আগতে তেওঁ নিজ মাতৃ তথা স্বামীৰ লগত বহি চিগাৰেট সেৱন কৰাৰ এক ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। যাৰ বাবে তেওঁক বহুতো সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল । 

  বলিউডত চিগাৰেট সেৱন কৰা বহুতো অভিনেতা  অভিনেত্রী আছে যিয়ে চিগাৰেট সেৱন কৰাৰ ক্ষতিকাৰক দিশ সমূহ আওকাণ কৰি চিগাৰেট সেৱন কৰা দেখা যায়। কিন্তু এই অভিনেতা -অভিনেত্রী সকলক অনুসৰণ কৰি অহা যুৱক - যুৱতী সকলো চিগাৰেট সেৱনৰ প্ৰতি আগ্ৰহী হৈ পৰে নেকি সেয়া এক চিন্তনীয় বিষয়। 

By Prasenjit Chakraborty

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.