আপুনি প্ৰত্যেক দিনে ফোন ব্যৱহাৰ কৰে নে?
যত আগতে ফোন দৰকাৰী আছিল, আজিৰ দিনত ইটো এক প্ৰকাৰৰ আদত হৈ পৰিছে | যাৰ মানে, মানুহে আাধা ঘণ্টাৰ বাবেও ফোন এৰিব নোৱাৰা হৈ পৰিছে। মানুহে প্ৰতিটো ঘণ্টা ফোনত লাগি থাকে, হৈ কাম- কাজৰ বাবে বা অন্য কিবাৰ বাবে। জিতুই বহুত সময় নষ্ট কৰে। সেইবাবে, এই ফোন আদতৰ পৰা মুক্ত হোৱা তো খুব প্ৰয়োজনীয়। আহক কেইটামান উপদেশ চাও।
কিছুমান APPS এই কামত সহায় কৰিব পাৰে, আপুনি এই কথাতো শুনিবলৈ আচৰিত পাব, কিন্তু এই aap সহায়ত আপুনি ফোনৰ পৰা দূৰ হবলৈ পাৰিব। বহুত apps অছে যিহে আপোনাৰ ফোন বেবহাৰৰ সময় চোৱা চিটা কৰে।
More News :-
ইয়াৰ সহায়ত আপুনি নিজক পৰীক্ষা কৰিব পাৰিব আৰু ফোন কম পৰিমাণে বেবহাৰ কৰিব পাৰিব।
মোবাইল Settings ত গৈ Notifications বন্ধ কৰিব পাৰে। Notifications প্ৰতিটো মোবাইল ফোনত উপস্থিত থাকে। যিহে মানুহক বেছি সময় ফোনত বহাই ৰাখে। যেতিয়া আপুনি কিবা কামত থাকে আৰু এটা Notification আহে , তেতিয়া আপুনি নিজৰ কাম এৰি ফোনত বেষ্ট হৈ যায়। কাৰণে আপোনাৰ মূল্যবান সময় বৰবাদ হৈ পৰে। সেই বাবে Notification বন্ধ ৰাখিব লাগে।
নিজৰ ফোন দূৰলৈ থব যাতে নিজে উৎফুল্লিত হবলৈ পাৰে।
বহত মানুহে ফোন charge যত দিওঁ ফোন বেবহাৰ কাৰে।সেয়েহে যদি সকলোৱে নিজৰ ফোন দূৰত থৈ দিয়ে। উদাহৰণ স্বৰূপে, আপুনি নিজৰ ফোন charger বাবে বিচনাৰ ওচৰত নাৰাখিব। এইয়া কৰিলে , আপুনি থিয় হৈ বেছি মোবাইল বেবহাৰ কৰিব নোৱাৰিব আৰু লাহেকৈ এই আদত তু কমিব।
মোবাইল ফোন বন্ধ কৰি থক
জোন বোৰে ফোন বেবহাৰ নকৰা কৈ চলিব নোৱাৰে, তেওঁলোকৰ বাবে ফোন এৰিব বিৰাট কঠিন হব। কিন্তু যদি আপুনি এইটো কৰিব পাৰে, তেনেহলে আপুনি নিজক মোবাইল নিচাৰ পৰা ৰক্ষা কৰিবলৈ পাৰিব। আপুনি এটা বা দুটা ঘণ্টাৰ কাৰণে নিজৰ ফোন বন্ধ কৰি ৰাখিব। প্ৰথমতে, এইটো বৰ কঠিন জনক লাগিব পাৰে কিন্তু সময়ৰ লগত আপোনাৰ মোবাইল নিচা বা আদত হ্ৰাস হৈ পৰিব।