JOB Alert : কেবল চেন্দেল পিন্ধিয়ে ঘৰতে উপাৰ্জন কৰক ৪ লাখ টকা, এই কোম্পানীয়ে উলিয়াইছে বিভিন্ন পদ


কেবল চেন্দেল পিন্ধিয়ে ঘৰতে উপাৰ্জন কৰক ৪ লাখ টকা, এই কোম্পানীয়ে উলিয়াইছে বিভিন্ন পদ

Slippers Tester Job : bedroom athletics company ৰ পৰা ওলাইছে বিভিন্ন পদ

দুটা পদৰ বাবে আছে vacancy, আবেদকে Slippers ৰ বিষয়ে ভালদৰে অবগত হোৱাটো জৰুৰী।

চাকৰি কৰাটো কিমান কঠোৰ পৰিশ্ৰমৰ ফল সেয়া সকলোৱে জানে। ৮/৯ ঘন্টালৈ কাম কৰাৰ পিছত মাহৰ শেষত কেইবাহাজাৰ টকা একাউণ্টত আহি সোমাইহি। ইমানতে যদি আপুনি ভাবে যে চাকৰি কৰি ধনী হ'ব খোজে তেন্তে এয়া চাগে সম্ভৱ নহয়। কিন্তু আপুনি জানো জানে যে UKৰ এটা কোম্পানীয়ে আপোনাক কেৱল মাত্ৰ ঘৰতে চেন্দেল পিন্ধি চাকৰিৰ বাবে ৪লাখ টকা দৰমহা দিয়ে।

এই আকৰ্ষণীয় চাকৰি Bedroom athletics companyৰ ফালৰ পৰা ওলাইছে। এইটো এটা Slipper tester ৰ চাকৰি।এই কোম্পানীত কেৱল মাত্ৰ দুটা পদহে খালী আছে। ইয়াৰে এজন Male আৰু এজনী Femaleৰ প্ৰয়োজন। ইয়াত কৰ্মকৰ্তা সকলক চেন্দেলৰ Testing কৰিব দিয়া হ'ব। কৰ্মকৰ্তা সকলক এদিনত ১২ঘন্টালৈ কোম্পানীৰ ফালৰ পৰা দিয়া চেন্দেল বোৰ পিন্ধিব লাগিব।ইয়াৰ পিছত  উৎপাদনৰ বিষয়ে কোম্পানীক পৰ্য‍্যালোচনা প্ৰদান কৰিব লাগিব। আবেদনৰ ইচ্ছুক ব‍্যক্তিয়ে Slipper ৰ লগত জড়িত সকলো তথ্যৰ বিষয়ে ভালদৰে অবগত হোৱাটো দৰকাৰ। কোম্পানীৰ চৰ্তৰ হিচাপ মতে আবেদকক নিষ্কৰ্ম আৰু অন‍্য slipper ৰ বিষয়ে জানি থোৱাটো অতিকৈ প্ৰয়োজনীয়। Testing ৰ মাজতে কৰ্মকৰ্তা সকলে এইটোও চোৱা প্ৰয়োজন যে তেওঁ চেন্দেলযোৰ পিন্ধি কিমান দেৰিলৈ আৰামত কটাব পাৰিব।কোম্পানীৰ ফালৰ পৰা কৈছে যে এই চাকৰিটো উলিওৱাৰ পিছত তেওঁলোকৰ এটাই উদ্দেশ্য লকডাউনত নিৱনুৱা  হৈ থকা মানুহখিনিক ঘৰত বহি উপাৰ্জন কৰাৰ এটা ভাল সুবিধা কৰি দিয়া। লগতে গ্ৰাহকক বিভিন্ন প্ৰকাৰৰ চেন্দেল উপলব্ধ কৰোৱা হ'ব।

For Apply LINK or Link2

Tags

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.