এক সুখবৰ। ৰাজনীতিৰ পথাৰলৈ এক গৌৰব। ভাৰতীয় জনতা পাৰ্টিৰ মংগলদৈ সমষ্টিৰ সাংসদ, দিলীপ শইকীয়াই খ্যাতি অৰ্জন কৰিলে Best Active MP হিচাপে। Fame India-Asia Post Parliament 2021য়ে ৫৪৩ জন সাংসদৰ ভিতৰত ২৫ জন সাংসদক বাচনি কৰিছিল আৰু সেই ২৫ জনৰ ভিতৰত অন্তৰ্ভূক্ত হৈছিল অসমৰ সাংসদগৰাকীও
Read More ....