এক আচৰ্যকৰ খবৰ। ৰোমৰ ৰাস্তাবোৰত নৱবৰ্ষৰ আতচবাজী প্ৰদৰ্শনৰ পাছতেই দেখা গ'ল শ শ মৃত চৰাই।এনে হোৱাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও International Organization for The Protection of Animals ৰ মূখপাত্ৰ Loredana Digilio ৰ মতে, ইয়াৰ কাৰণ হ'ব পাৰে ভয়, একেলগা উৰাৰ সময়ত ইটোৱে সিটোক খুন্দা মৰা,।বিজুলী তাৰত লগা বা আতচবাজীত আঘাতপ্ৰাপ্ত।