Centre issues guidelines for India's mass Covid vaccination drive: All you need to know
এক বিশেষ খবৰ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰালয়ে জানিবলৈ দিয়ে যে,যিসকলে কোভিদ ভেকচিন ল'ব বিচাৰে তেওলোকে পঞ্জীয়ন মডিউলত সকলো বিৱৰণ দিব লাগিব। পঞ্জীয়ণ সুনিশ্বিত কৰাৰ কাৰণে কো-উইন এপে পাচটা মডিউল বনাইছে। সেয়া হ'ল, প্ৰসাশনিক, ৰেজিষ্ট্ৰেশ্যনেল, ভেকচিনেচন, স্বিকৃতী আৰু ৰিপ'ৰ্ট।

