" কোনোটো পুৰনি মুদ্ৰাৰ কিমান দাম ? জানক সৱিশেষ

কোনোটো পুৰনি মুদ্ৰাৰ কিমান দাম ? জানক সৱিশেষ

Old money price


ভাৰতবৰ্ষ আজি এছিয়াৰ ভিতৰতে ধনী দেশ । এই দেশৰ সোন ৰূপেৰে ইয়াক আগস্থানত ৰাখিছে । ভাৰতৰ মাটি দখল কৰিবলৈ সকলো দেশেই চেষ্টা কৰিলে কিন্তু বিফল ; কাৰন আছিল সোন ৰূপ দখল কৰাৰ ! ইয়াৰ লগতেই ৰজাৰ দিনৰে পৰা বৰ্তমানলৈ কম সময়ত বহু এনেকোৱা মুদ্ৰা তৈয়াৰ হ'ল যাক বিচাৰি বহুতেই খাইছে হাবাথুৰি ; 

আপোনাৰ ঠাইতো এনে যদি পুৰনা পইচা আছে আপুনি কোটিপতি হব পাৰে ।

সময়ৰ সালসলনিৰ হোৱাৰ লগে লগে দেশৰ মুদ্ৰাৰ বহু সালসলনি হৈছে । বিটিছৰ দিনত যিসমুহ মুদ্ৰা আছিল এতিয়া বহু পুৰনা হ’ল । যি সমুহৰ কিছু আৰ্হি এতিয়াও সংৰক্ষিত কৰি ৰাখিছে ভাৰত চৰকাৰে সংগ্ৰহালয়ত । কিন্তু সেই সমূহৰ দাম জানিলে আপুনিও আচৰিত হ'ব আজি কেইটামান কোটিপতি বনাব পৰা Old coin ৰ বিষয়ে আপোনাক জনাম । 


কোনটো old coin ৰ কিমান দাম জানো আহক :-


Half Anna of 1835 coin

Price :- 2,00,000/- 


Old coin 1918

Price :- 3,00,000/- 


Silver one rupee coin of king George

Price :- 1,50,000/-


King-Emperor 1906 coin

Price :- 5,00,000/-


Gorge VI king Emperor

Price :- 5,00,000/-


Orginal Ramdarbar coin 

Price :- 35,00,000/- 


বিক্ৰী কৰিব যদি বিচাৰে Google ত উপলব্ধ ইয়াৰ বিষয়ে বা তলৰ লিংকত চাব পাৰে ।  https://www.timesguwahati.com/2020/11/sell-old-money-online.html

14 Comments

Previous Post Next Post

People Like