অজীর্ণ (APESIA, DYSPEPSIA) ৰোগৰ লক্ষণ আৰু বন-দৰৱ

অজীর্ণ (APESIA, DYSPEPSIA) ৰোগৰ লক্ষণ আৰু বন-দৰৱ



অধিক পৰিমাণে আৰু অনিয়মীয়াকৈ খাদ্য খালে, অতিপাত মছলা, চাহ, কফি, মাদক দ্রব্য, গুৰুপাকী বস্তু আদি খোৱাৰ কাৰণে অজীর্ণ হয়। আহাৰ খৰধৰকৈ খোৱাৰ কাৰণেও অজীৰ্ণ হ'ব পাৰে। তদুপৰি মানসিক উত্তেজনা, অত্যাধিক চিন্তা, শোক, অপমান আদিৰ কাৰণেই এই ৰোগ হয়।

ৰোগৰ লক্ষণঃ

ভোক নালাগে, পেট ফুলি উঠে, উগাৰ আহে, কাম-বন বা চিন্তা-চর্চা কৰিবলৈ মন নাযায়। টোপনি কম হয় আৰু ৰক্তহীনতাই দেখা দিয়ে। বমি হ'ব পাৰে।

বন-ন্দৰবঃ


(১) শিলিখা, পিপলি আৰু সৈন্ধব নিমখ ১৫ গ্রামকৈ মিহলি কৰি দিনে ২ বাৰকৈ খালে অজীর্ণ ৰোগ আৰোগ্য হয়।

(২) ৰাতি আহাৰ খোৱাৰ আগত আৰু পাছত আদাৰ ৰস, নেমুৰ ৰস আৰু সৈন্ধব নিমখ মিহলাই খালে অজীর্ণ ভাল হয়।

(৩) দেৰোণ শাক তৰকাৰী কৰি বা পাতত দি খালে অজীর্ণ ৰোগ নাশ হয়।

(৪) ৭ গ্রাম শুকান ধনীয়া, ২৫ গ্রাম জালুক আৰু ২৫ গ্রাম নিমখ ভালদৰে পিহি আধা চামুচকৈ ৰাতি আহাৰ খোৱাৰ পাচত খাব লাগে।

(৫) আমলখিৰ ৰস ৪ চামুচ, মাটি কঁঠালৰ ৰস ৪ চামুচ আৰু ২ চামুচ মৌ মিহলি কৰি ৰাতিপুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত খালে অতি চমৎকাৰ ফল দিয়ে।

(৬) তুলসী পাতৰ সৈতে জালুক ৩, ৪ টা চোবালে বদহজম ভাল হয়।

(৭) এটা পিঁয়াজ কাটি তাত নেমুৰ ৰস চেপি আহাৰৰ লগত খালে অজীর্ণ দূৰ হয়।

(৮) এগিলাচ পানীত ১০ গ্রাম চফগুটি আৰু ৫ গ্রাম পুৰণি আমলখিৰ বস এৰাতি ৰাখি পিছদিনা ৰাতিপুৱা ভালদৰে চেকি তাত ক'লা নিমখ মিহলাই খালে অজীর্ণ ৰোগ আৰোগ্য হয়।

(৯) আহাৰ খোৱাৰ পাচত কফি খালে উপকাৰ পোৱা যায়।

(১০) মৰাণ আদাৰ ৰসৰ লগত আমলখিৰ ৰস মিহলি কৰি একেৰাহে দহ দিন খালে অজীর্ণ ৰোগ ভাল হয়।

কোনো বিশেষ খাদ্যবস্তুৰ পৰা যদি অজীর্ণ ৰোগ হয়, তেন্তে তলত ইয়াৰ বনৌষধিৰ তালিকা দিয়া হ'ল-

(১) ভাত খাই অজীর্ণ হ'লে ক'লা নিমখ খাব লাগে।

(২) মাছ, মাংস আৰু তেলজাতীয় বস্তু খাই অজীৰ্ণ হ'লে কাজি নেমুৰ ৰস গিলাচ খালে অজীর্ণতা নাশ হয়।

(৩) মিঠা বা মিঠাই জাতীয় বস্তু খাই অজীর্ণ হ'লে ঠাণ্ডা পানী খোৱা ভাল। অলপ নিমখ মিশ্ৰণ কৰিলে অধিক উপকাৰ হয়।

(৪) পিঠা বা ঘিউত ৰন্ধা বস্তু খাই অজীৰ্ণ হ'লে গৰম পানী আৰু নেমুৰ ৰস খাব লাগে।

(৫) গাখীৰ খাই অজীর্ণ হ'লে ঘোল খোৱা উচিত। নহৰুও ভাল।

(৬) জামু আৰু মটৰ মাহ খাই অজীৰ্ণ হ'লে শিলিখা খোৱা ভাল।

(৭) আম খাই অজীৰ্ণ হ'লে গাখীৰ গৰম কৰি খাব লাগে।

(৮) ওলকবি খাই অজীৰ্ণ হ'লে গুৰ খালে অজীর্ণতা দূৰ হয়।

(৯) জ্বলা খাই অজীর্ণ হ'লে তেল খোৱা ভাল।

(১০) আফিং খাই অজীর্ণ হ'লে গাখীৰ খালে যথেষ্ট উপকাৰ হয়।

(১১) নাৰিকল খাই অজীর্ণ হ'লে চাউল চোবাই খাব লাগে।

(১২) কল খাই অজীর্ণ হ'লে নিমখ নাইবা ঘিউ খাব লাগে।

(১৩) বেল বা ঘোল খাই অজীর্ণ হ'লে মহানিমৰ গুটি খাব লাগে।

(১৪) যিকোনো শাক খাই অজীর্ণ হ'লে সৰিয়হৰ গুৰি খোৱা ভাল।

(১৫) কোমোৰা আৰু কুঁহিয়াৰ খাই অজীৰ্ণ হ'লে আদা চোবাই খোৱা উচিত।

(১৬) ঘিউ খাই অজীর্ণ হ'লে জামিৰ টেঙা খালে উপকাৰ হয়।

(১৭) খিচিৰী খাই অজীর্ণ হ'লে সৈন্ধর নিমখ খাব লাগে।

(১৮) সুমথিৰা খাই অজীর্ণ হ'লে গুড় খাব লাগে। (১৯) পায়স খাই অজীর্ণ হ'লে গুড়, দাইলৰ বস খাব লাগে।


পথ্যঃ


(২০) মাদক দ্রব্য খাই অজীর্ণ হ'লে পুৰণি তেঁতেলি টেঙা, কুঁজি থেকেৰাৰ বস খাব লাগে।

(২১) কেবেলা খাই অজীর্ণ হ'লে দৈ বা নেমুৰ ৰস খাব লাগে।

দোৰোণ, মৰাণ আদা, নহৰু, শিলিখা, পুৰাকল, মানিমুনি, পুৰণি কলৰ খাৰ, জিলমিল, ভেদাইলতাৰ ৰস, বেল, নৰসিংহৰ পাত, নেমুৰ ৰস, কালমেঘৰ পাতৰ ৰস উপকাৰী। ত্রিফলা সুপথ্য।

অপথ্যঃ

চাহ, সহজে হজম নোহোৱা বস্তু, দাইল, আলু, ঘিউ, তেল, মাছ, মাংস আৰু বেছিকৈ পানী খোৱা বেয়া।


Dyspepsia (also known as indigestion) and Aphasia (a neurological condition affecting speech) are distinct conditions, though it seems you may have meant "Apepsia," which is a less common term related to severe indigestion or the inability to digest food. Let's explore both Dyspepsia and Apepsia in the context of their causes and Ayurvedic treatments.

Dyspepsia (Indigestion)

Causes:

  1. Overeating or Eating Too Quickly: Consuming too much food or eating too fast can overwhelm the digestive system.
  2. Spicy and Fatty Foods: These foods can irritate the stomach lining and lead to indigestion.
  3. Stress and Anxiety: Emotional stress can impact digestion and lead to dyspepsia.
  4. Excessive Caffeine, Alcohol, or Carbonated Drinks: These can increase stomach acid and cause discomfort.
  5. Certain Medications: Some pain relievers, antibiotics, and iron supplements can cause dyspepsia.
  6. Gastroesophageal Reflux Disease (GERD): Acid reflux is a common cause of indigestion.
  7. H. pylori Infection: A bacterial infection in the stomach that can lead to ulcers and indigestion.

Ayurvedic Remedies for Dyspepsia

  1. Ajwain (Carom Seeds)

    • Properties: Ajwain has carminative properties that help in reducing gas and indigestion.
    • Usage: Chew a teaspoon of Ajwain seeds with a pinch of salt or mix with warm water and drink after meals.
  2. Ginger (Adrak)

    • Properties: Ginger aids in digestion and reduces symptoms of dyspepsia.
    • Usage: Drink ginger tea or chew a small piece of ginger with salt before meals.
  3. Triphala

    • Properties: A well-known Ayurvedic remedy for balancing digestion and eliminating toxins.
    • Usage: Take Triphala powder with warm water before bedtime.
  4. Coriander Seeds (Dhania)

    • Properties: Coriander helps in reducing bloating and improving digestion.
    • Usage: Boil a teaspoon of coriander seeds in water, strain, and drink the water after meals.
  5. Lemon and Honey

    • Properties: Lemon stimulates digestion, and honey has soothing properties.
    • Usage: Mix the juice of half a lemon with warm water and honey, and drink before meals.
  6. Buttermilk with Roasted Cumin

    • Properties: Buttermilk soothes the stomach, and cumin aids digestion.
    • Usage: Mix a pinch of roasted cumin powder in buttermilk and drink after meals.

Apepsia (Inability to Digest Food)

Causes:

  1. Severe Dyspepsia: Chronic indigestion can lead to more severe forms of digestive distress, sometimes referred to as apepsia.
  2. Pancreatic Insufficiency: The pancreas is not producing enough digestive enzymes.
  3. Gastrointestinal Disorders: Conditions like chronic gastritis or peptic ulcers.
  4. Neurological Conditions: In rare cases, neurological issues can impact the digestive process.
  5. Severe Stress and Anxiety: Prolonged stress can lead to significant digestive issues.

Ayurvedic Remedies for Apepsia

  1. Pippali (Long Pepper)

    • Properties: Pippali enhances digestion and stimulates appetite.
    • Usage: Take Pippali powder with honey before meals.
  2. Asafoetida (Hing)

    • Properties: Asafoetida is known to relieve gas and enhance digestion.
    • Usage: Add a pinch of Hing to warm water and drink before meals.
  3. Shatavari (Asparagus Racemosus)

    • Properties: Shatavari strengthens the digestive system and improves overall health.
    • Usage: Take Shatavari powder with warm milk daily.
  4. Bhringraj (Eclipta Alba)

    • Properties: Known to improve digestion and overall metabolism.
    • Usage: Take Bhringraj powder with warm water or as part of a tonic.
  5. Herbal Teas

    • Properties: Teas made from herbs like peppermint, chamomile, and fennel can soothe the digestive system.
    • Usage: Drink herbal teas regularly to improve digestion and reduce symptoms of apepsia.

Lifestyle Recommendations for Both Dyspepsia and Apepsia

  • Eat Slowly and Chew Thoroughly: This helps in proper digestion and reduces strain on the stomach.
  • Avoid Overeating: Eat smaller, more frequent meals rather than large meals.
  • Stay Hydrated: Drink plenty of water, but avoid drinking large amounts of water during meals.
  • Practice Stress Management: Yoga, meditation, and deep breathing exercises can help manage stress-related digestive issues.
  • Regular Exercise: Engage in regular physical activity to improve digestion and overall health.

If symptoms of dyspepsia or apepsia persist or worsen, it's important to seek medical attention to rule out any underlying health conditions.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.