অম্লশূল (ACIDITY) ্কেনেকৈ নিৰাময় কৰিব : আয়ুর্বেদিক চিকিৎসা পদ্ধতি

অম্লশূল (ACIDITY) ্কেনেকৈ নিৰাময় কৰিব 

আয়ুর্বেদিক চিকিৎসা পদ্ধতি 



গুৰুপাকী আৰু উত্তেজক খাদ্য খালে, তামৰ পাত্ৰত বহু সময় বস্তু ৰাখি খালে, হঠাৎ ঋতু পৰিৱৰ্তন হ'লে, ঠাণ্ডা লাগিলে, কোষ্ঠকাঠিন্য হ'লে, অজীর্ণ হ'লে, অম্ল বেছি হ'লে, সময়মতে আহাৰ গ্ৰহণ নকৰিলে, খালি পেটত চাহ বা কফি খালে, বহু সময় লঘোনে থাকিলে এই ৰোগ হয়। বৃক্কত পাথৰ হ'লেও এই ৰোগ হ'ব পাৰে।

 উদ্বেগ, উত্তেজনা, মানসিকভাবে অধিক চিন্তাও অন্যতম কারণ।

ৰোগৰ লক্ষণ:

পেটত জ্বলা-পোৰা আৰু বিষ হয়। অৰুচি ভাব হয়। শৌচ কঠিন, পেটত বায়ু জমা আৰু আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিচত বিষ অনুভব হয়। কলিজা পোৰে আৰু অধিক পিয়াহ লাগে। ৰক্তহীনতা আৰু শৰীৰ দুৰ্বল হয়। কেতিয়াবা বমি ভাব হয় অথবা বমি হয়। ঘনাই শৌচ কৰিব লাগে। টেঙা টেঙা উগাৰ আহে।

বন-দৰবঃ
পথ্যঃ

(১) মিঠা আনাৰস আৰু আমলখিৰ ৰস এক তোলা (১২ গ্রাম) কৈ এটা পাত্ৰত লৈ তাত সমান পৰিমাণৰ শিলিখা বস মিহলাই কাপোৰেৰে চেকি তাত দুটা লং পিহি ৰাতিপুৱা খালি পেটত খাব লাগে।

(২) মৌৰ লগত আমলখিৰ ৰস এই ৰোগত সর্বশ্রেষ্ঠ প্রাকৃতিক দৰব।

(৩) ভীমকলৰ ডিল উপকাৰী। ইয়াত চেনি আৰু ইলাচি দি খালে ভাল ফল পোৱা যায়।

(৪) গাজৰৰ ৰস খোৱা ভাল। মূলাৰ তৰকাৰীও উপকাৰী।

(৫) ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা-পোৰা আৰু বিষ নাইকিয়া হয়।

(৬) কাজিনেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালি পেটত খোৱাৰ উপৰিও ৰাতি আহাৰ খোৱাৰ এক ডেৰ ঘণ্টাৰ পিচত খালে এই ৰোগ নাশ হয়।

(৭) আধা কাপ বিশুদ্ধ গৰুৰ গাখীৰত ৬০ গ্রাম পিঁয়াজৰ ৰস মিহলি কৰি নিতৌ তিনিবাৰকৈ একেৰাহে দহ দিন খালে অম্লপিত্ত ৰোগ ভাল হয়।

(৮) ভীমকল পিটিকি চেনি আৰু ইলাচিৰ লগত খালে অম্লশূল ৰোগ ভাল হয়।

(৯) ২ চামুচ হালধিৰ ৰস সামান্য চেনিৰ লগত মিহলাই খাব লাগে।

পিঁয়াজ, লং, কেৰেলা, কল, গাজৰ, মূলা, তুলসী, পদিনা, ভেঁকুৰি,

আঙুৰ, খেজুৰী আদি উপকাৰী। জিলমিল শাক, ছাগলীৰ গাখীৰ, মিচিৰি, মাখন আদি সুপথ্য। আমলখি, শিলিখা, জনি উপকাৰী।

অপথ্য:

অৰহৰ মাহ, টেঙা জাতীয় বস্তু, মাদক দ্রব্য, বিড়ি, চিগাৰেট, আদা, অধিক নিমখ আৰু তিল খোৱা বেয়া। ৰ'দত অধিক সময় থকা আৰু স্ত্রী-সঙ্গম কৰা উচিত নহয়। মাছ, মাংস, কণী অপথ্য।

এই তথ্য ড গুণাৰাম খনিকৰ দেৱৰ পুথিৰ পৰা সংগ্ৰহিত

Acidity, also known as acid reflux or heartburn, is a common digestive issue caused by excessive acid production in the stomach. Ayurvedic remedies can help manage and cure acidity by balancing the digestive system and promoting overall gut health.

Ayurvedic Remedies for Acidity

  1. Amla (Indian Gooseberry)

    • Properties: Amla is rich in Vitamin C and has cooling properties that can neutralize stomach acids.
    • Usage: Consume fresh Amla juice or take Amla powder mixed with water on an empty stomach.
  2. Jeera (Cumin Seeds)

    • Properties: Cumin seeds are known to improve digestion and reduce acid formation.
    • Usage: Boil a teaspoon of cumin seeds in water, strain, and drink this water after meals.
  3. Saunf (Fennel Seeds)

    • Properties: Fennel seeds have a cooling effect and help soothe the digestive tract.
    • Usage: Chew a teaspoon of fennel seeds after meals, or drink fennel tea made by steeping the seeds in hot water.
  4. Mulethi (Licorice)

    • Properties: Licorice helps to protect the stomach lining and reduce acid levels.
    • Usage: Mix licorice powder with honey or warm water and consume before meals.
  5. Tulsi (Holy Basil)

    • Properties: Tulsi leaves help in reducing acid production and have anti-inflammatory properties.
    • Usage: Chew a few Tulsi leaves after meals or drink Tulsi tea to help with acidity.
  6. Ginger (Adrak)

    • Properties: Ginger is a powerful digestive aid that can reduce stomach acid and inflammation.
    • Usage: Add fresh ginger to your meals, drink ginger tea, or consume a small piece of ginger with honey.
  7. Cold Milk

    • Properties: Milk contains calcium, which can help neutralize stomach acid.
    • Usage: Drink a glass of cold milk without sugar when you feel acidic.
  8. Aloe Vera Juice

    • Properties: Aloe Vera has cooling and anti-inflammatory properties that soothe the digestive system.
    • Usage: Drink Aloe Vera juice in the morning on an empty stomach.
  9. Triphala

    • Properties: Triphala is a combination of three fruits (Amla, Haritaki, and Bibhitaki) that help balance digestion and reduce acidity.
    • Usage: Take Triphala powder with warm water before bedtime.

Dietary Recommendations

  • Avoid Spicy and Oily Foods: These can trigger acidity.
  • Eat Smaller, Frequent Meals: Instead of large meals, opt for smaller, more frequent meals to reduce acid production.
  • Avoid Caffeine and Carbonated Drinks: These can increase acidity levels.
  • Include Cooling Foods: Cucumbers, melons, and leafy greens can help cool down the digestive system.
  • Drink Water: Staying hydrated can help flush out excess acid from the body.

Lifestyle Changes

  • Practice Stress Management: Stress can aggravate acidity, so practices like yoga, meditation, and deep breathing can help.
  • Avoid Lying Down After Meals: Wait at least 2-3 hours after eating before lying down.
  • Elevate Your Head While Sleeping: Keeping your head elevated can prevent acid from moving up into the esophagus.

When to Seek Medical Help

If acidity persists despite these remedies, or if you experience severe pain, difficulty swallowing, or weight loss, it's important to consult a healthcare professional.

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.