পেটৰ ৰোগ অতিসাৰ বা পেটচলা (DIARRHOEA) নিৰাময়ৰ উপায়

পেটৰ ৰোগ অতিসাৰ বা পেটচলা (DIARRHOEA)



ৰোগৰ কাৰণ:

অধিক ভোজন, হজম শক্তিহীন, খাদ্যবস্তু ভালকৈ চোবাই নোখোৱা, কেঁচা বস্তু অধিক খোৱা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন কৰা, অপৰিষ্কাৰ পানী বা খাদ্য খোৱা, হাইজা বা ক্রিমি আদিত, অধিক বৰফ খোৱা, মানসিক অশান্তি, অনিদ্রা আদি হ'লেও এই ৰোগ হয়। ই সংক্রামক ৰোগ।

ৰোগৰ লক্ষণ:

ঘনাই ঘনাই বা এবাৰ পনীয়া শৌচ হয়। পেটৰ বিষ হয়। প্রায়ে বমি হয়। শৌচ বগা আৰু দুৰ্গন্ধযুক্ত হয়। ৰোগী লাহে লাহে দুর্বল আৰু নিস্তেজ হৈ যায়। শৰীৰ ঠাণ্ডা হয় আৰু অধিক পিয়াহ লাগে। ছালৰ স্থিতাৱস্থা নাথাকে। শিশুৰ তালু বহি যায়।

বন-ন্দৰবঃ

(১) আধা কাপ গৰম পানীত এচামুচ আদাৰ ৰস দি খালে উপকাৰ হয়।

(২) ৫ টা শুকান আমলখি পিহি গুড়া কৰি তাত ক'লা নিমখ মিহলাই ঠাণ্ডা পানীৰ সৈতে খালে অতিসাৰ ৰোগ ভাল হয়।

(৩) আধা কাপ মিঠা আমৰ ৰসত ২৫ গ্রাম দৈ আৰু আদাৰ ৰস এচামুচ মিহলাই দিনে দুবাৰকৈ খালে পেটচলা ৰোগ আৰোগ্য হয়।

(৪) ৩ টা মধুৰী-কোঁহ দিনে ২ বাৰকৈ ২ দিন খালে পেটচলা ৰোগ ভাল হয়।

(৫) ৫ টা তেঁতেলীৰ গুটি পিহি গুড়া কৰি তাত চাৰি গ্রাম মাখন মিহলাই দিনে ২ বাৰকৈ কেইদিনমান ব্যৱহাৰ কৰিলে অতিসাৰ ভাল হয়।

(৬) পিপলি গছৰ ছালৰ ১০ মিঃ লিঃ ৰসৰ লগত সমপৰিমাণৰ মিচিৰি মিহলাই তাক পিহি পানীৰ লগত দিনে ২ বাৰকৈ পেটচলা ৰোগত তেজ পৰা ৰোগীয়ে খালে তেজ পৰা বন্ধ হয়।

(৭) বাতি শোৱাৰ আগতে মুখত কেঁচা ধনীয়াৰ পাত লৈ চুহি থাকিলে উপকাৰ হয়। ধনীয়া পাতৰ ৰসত ক'লা নিমখ মিহলি কৰি খালে ৰোগীয়ে যথেষ্ট আৰাম পায়।

(৮) সুমথিৰা টেঙাৰ ৰস আধা কাপৰ লগত ছাগলীৰ গাখীৰ ১০ চামুচ মিহলাই খুৱালে সৰু ল'ৰা-ছোৱালীৰ পেটচলা ৰোগ সহজে ভাল হয়।

(৯) অধিক ভোজনৰ কাৰণে পেটচলা হ'লে দুটা গোলনেমুৰ ৰসত অলপ পানী মিহলাই খাব লাগে।

(১০) ১ টা পকা বেলৰ শাহ দৈৰ লগত মিহলাই খালে উপকাৰ পোৱা যায়।

(১১) শতমূলৰ আলুৰ ৰস ২৫ মিঃ লিঃ আৰু ১ চামুচ মৌ মিহলি কৰি দিনে ২ বাৰকৈ খাব লাগে।

(১২) নাড়ীৰ চাৰিওফালে ৩ বা ৪ টা আমলখি খুন্দি প্রলেপ দিব লাগে।

(১৩) ৫/৬ টা শিলিখা আৰু সমপৰিমাণৰ পিপলি খুন্দি একেলগে খোৱা ভাল।

(১৪) ৫/৬ খিলা জামুৰ পাত খুন্দি তাৰ ৰসত অলপ ছাগলীৰ গাখীৰ মিহলাই দিনে দুবাৰকৈ খুৱালে সৰু ল'ৰা-ছোৱালীৰ পেটচলা ৰোগ সহজে ভাল হয়।

(১৫) কূটজ গছৰ ছালৰ ৰস ৫০ গ্রাম মৌৰ সৈতে মিশ্ৰণ কৰি দিনে দুবাৰকৈ ২ দিন খালে ৰোগ ভাল হয়।

(১৬) আমলখি খুন্দি নাড়ীৰ চাৰিওফালে দি মাজত আদা এডোখৰ খুন্দি ৰাখিলে অতিপাত অতিসাৰ ৰোগো সহজে আৰোগ্য হয়।

(১৭) ভীম কল আৰু দৈ পিটিকা কৰি খাব লাগে।

(১৮) শিলিখা আৰু পিপলি সমপৰিমাণৰ লৈ১০০ গ্রাম পানীত গৰম কৰি খাব লাগে।

(১৯) কুমলীয়া কাজিনেমু ১ টা জুইত পুৰি তাত সামান্য নিমখ আৰু মিঠাতেল দি পিটিকা কৰি খুৱাব লাগে।

(২০) ধঁপাত তিতাৰ কোঁহ ৯ টা ২১ টা জালুক পিহি খুৱাব লাগে।

(২১) ২ চামুচ পদিনাৰ ৰসত অলপ মৌ দি খুৱাব লাগে। (২২) ভীমকলৰ কলডিলৰ ৰস কাপ খালে ভাল হয়।

পথ্যঃ

ভেদাই লতা, পালেং শাক, চিৰতা তিতা, মহানিমৰ পাত, টেঙেচি টেঙা, ডালিম, মানিমুনি, খেজুৰী, অমিতাৰ আঠা, মধুৰীৰ কুঁহি পাত, মাটি কান্দুৰি, টুবুকী লতাৰ শিপাৰ বস, সৰু মাছৰ জোল, অমৰা, আদাৰ ক্কাথ সুপথ্য। পৰিষ্কাৰ পানী বা নেমুৰ পানী যথেষ্ট পৰিমাণে খাব লাগে। ডাব নাৰিকলৰ পানী, দাইল সিজোৱা পানী সুপথ্য।

অপথ্যঃ

নাৰিকল, বগৰী, উৰহী, তিয়হ, বেঙেনা, আলু, লাউ, কোমোৰা, জ্বলা- পোৰা বস্তু খোৱা নিষেধ। অপৰিষ্কাৰ পানী খাব নালাগে। জলকীয়া, মছলা আদি সহজে হজম নোহোৱা বস্তু খোৱা বেয়া। ঘিউ বা ঘিউত ৰন্ধা খাদ্য খোৱা বেয়া। চর্বি অপথ্য। মাছ, মাংস, কণী খাব নালাগে।

Diarrhea is a common digestive problem characterized by loose, watery stools and frequent bowel movements. Here are the symptoms and Ayurvedic treatments for diarrhea:

Symptoms of Diarrhea

  1. Frequent Loose Stools: Having more than three loose or liquid bowel movements in a day.
  2. Abdominal Pain: Cramping or pain in the stomach area.
  3. Urgency: A sudden, urgent need to have a bowel movement.
  4. Dehydration: Dry mouth, thirst, reduced urine output, and weakness.
  5. Fever: Sometimes accompanied by chills.
  6. Nausea and Vomiting: Feeling sick or vomiting.
  7. Bloating: A feeling of fullness or swelling in the abdomen.
  8. Fatigue: General weakness and tiredness.

Ayurvedic Remedies for Diarrhea

  1. Bilva (Bael): The fruit of the Bael tree is known for its ability to strengthen the digestive system. A powder made from dried Bael fruit can be taken with water.

  2. Pomegranate (Anar): Pomegranate seeds or juice are known to soothe the stomach and can help reduce diarrhea. It also helps in rehydration.

  3. Isabgol (Psyllium Husk): This helps to bulk up the stool and reduce the frequency of diarrhea. Take it with curd for better results.

  4. Ginger (Adrak): Fresh ginger or dry ginger powder can help reduce nausea and improve digestion. It can be taken as tea or mixed with honey.

  5. Buttermilk (Chaas): Buttermilk with a pinch of salt and roasted cumin powder can help calm the digestive system and replenish lost fluids.

  6. Methi Seeds (Fenugreek): Soaked fenugreek seeds or fenugreek powder mixed with curd can help manage diarrhea due to their cooling and binding properties.

  7. Haritaki (Terminalia chebula): This herb helps regulate bowel movements and strengthens digestion. It can be taken as a powder with warm water.

  8. Amla (Indian Gooseberry): Rich in Vitamin C, Amla can be used to strengthen digestion and reduce diarrhea. It can be consumed in powder form or as fresh juice.

Dietary Recommendations

  • Hydration: Drink plenty of fluids like water, herbal teas, and coconut water to stay hydrated.
  • Bland Foods: Eat easily digestible foods like rice, bananas, and toast.
  • Avoid Spicy and Oily Foods: These can aggravate the digestive system.
  • Cumin Water: Drinking water boiled with cumin seeds can help soothe the digestive tract.

When to See a Doctor

If diarrhea persists for more than a few days, or if there are signs of severe dehydration, blood in the stool, or high fever, it's important to seek medical advice.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.