দৰিদ্ৰতা কেতিয়াও জীৱনৰ পথত হেঙাৰ হ'ব নোৱাৰে! তাৰেই উৎকৃষ্ট প্ৰমাণ পৰিষ্মিতা !
৯৪.৮ % নম্বৰৰে চৰকাৰী বিদ্যালয়ৰ পৰিষ্মিতা দেৱীয়ে লাভ কৰিছে প্ৰতিটো বিষয়তে ৯০ নম্বৰৰ ওপৰত !
Assamese :- 96
English:- 93
G.MATHS : 96
G.science : 97
S.science : 97
Hindi : 90
Total mark : 569
কিছু বছৰ পূৰ্বে দেউতাক মনমোহন নাথৰ মৃত্যু হোৱাত মাক সুৰভী দেৱী আৰু ককায়েকে পৰিয়ালৰ দায়িত্ব লৈ ঘৰখন চলাই আছে ! মৰিগাঁও জিলাৰ চৰাইবাহীৰ এইগৰাকী ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজুৰি অনা এই সফলতাই অঞ্চলতোৰ বাসিন্দাৰ মাজত গৌৰৱৰ মনোভাৱ জন্মাইছে !
আপোনাৰ লগতো ভাল বাতৰি থাকিলে সংবাদদাতা পুলক নাথৰ লগত যোগাযোগ কৰিব পাৰে! ৭০০২২৩৪৭৩১