আজি ১৯ বহাগ , মঙ্গল বাৰ
ইং ২০২২ চনৰ ৩ মে ৰাশিফল
জন্মত - বৃষ ৰাশি
নক্ষত্র - ৰোহিনী , ৰাতি ঘন্টা ১|২৪|৩৬ লৈ
তিথি - শুক্লা তৃতীয়া , অহোৰাত্র
মৰণত দোষ - এপদ
ভক্ষ্যাভক্ষ্য - পটল খোৱা নিষেধ
কালপুৰুষ পূৰ্ণাঙ্গ পঞ্জিকা মতে আগবঢ়ালো "দৈনিক ৰাশিফল"
মেষ - নতুন চিন্তা
বৃষ - মনোকষ্ট
মিথুন - কৰ্মোন্নতি
কৰ্কট - আশা পূৰণ
সিংহ - সম্পদ লাভ
কন্যা - সমস্যা সমাধান
তুলা - হতাশা
বৃশ্চিক - মানসিক উদ্বেগ
ধনু - আত্মীয় লাভ
মকৰ - মানসিক অস্থিৰতা
কুম্ভ - বন্ধু বিৰোধ
মীন - দায়িত্ব বৃদ্ধি
ৰাইজৰ সেৱাত - শশাঙ্ক ভৰদ্বাজ