মাইক্ৰ'ফাইনেঞ্চ(Micro Finance)ৰ ধন বিচাৰি ঘৰলৈ এজেণ্ট আহে নেকি? যদি আপোনাৰ ঘৰলৈ ঋণৰ টকা ল'বলৈ এজেণ্ট আহে তেন্তে সাৱধান হ'ব। অসম চৰকাৰে কৈছে যে যিসকল মহিলাই মাইক্ৰ'ফাইনেন্স বেংক বা এজেণ্টক ধন দিব লগা আছে নিদিবলৈ ।
খোদ মন্তী চন্দ্ৰমুহন পাটুৱাৰীয়ে কয় যে যদি বেংক বা কোনো এজেণ্ট ঋণৰ টকা লোৱাৰ বাবে আপোনাৰ ঘৰলৈ আহে তেওঁক কেৱল কওঁক যে আমি আপোনাক কোনো টকা দিব নোৱাৰো। কাৰন অসম চৰকাৰে কৈছে যে তেওঁলোকে এই সকলো বোৰ মাইক্ৰ'ফাইনেঞ্চ বেংকৰ সৈতে পৰিচালনা কৰিব।
যদি এজেণ্টসকলে হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰে আপুনি কেৱল কব যে আমি আপোনাৰ আৰু আপোনাৰ বেংকৰ বিৰুদ্ধে এজাহাৰ দিবলৈ গৈ আছো। আৰু এজাহাৰ দাখিল কৰাৰ পিছত অসম চৰকাৰে সেই বেংকটোৰ ওপৰত অতি খ্ৰীঘেই ব্যৱস্থা গ্ৰহণ কৰিব। খোদ মন্তী চন্দ্ৰমুহান পাটুৱাৰীয়ে অভয়বাণী দিলে ৰাজ্যখনৰ মহিলাসকলক ।
মাইক্ৰ'ফাইনেঞ্চ(Micro Finance)ৰ কৃস্তিৰ ধন বিছাৰি আপুনাৰ ঘৰতৈ এজেণ্ট আহে আপুনি সাবধান হওক । কৃষ্টিৰ ধন বিচাৰি যোৱা এজেণ্ট ক এপইচাও নিদিব, মাইক্ৰ'ফাইনেঞ্চ(microfinance) গ্ৰহন কৰা মহিলালৈ এই আহ্বান অসম চৰকাৰৰ ।
খোদ মন্তী চন্দ্ৰমুহান পাটুৱাৰীয়ে কয় যে বেংকৰ কোনো এজেন্ত যদি আপোনালোকৰ ঘৰলৈ যাই পাত্তাই নিদিব আৰু এক পইচাও নিদিও বুলি কব মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ এইবাৰ বৃহৎ খকাহ দিলে অসম চৰকাৰে।
যদি বেছিকৈ এই বোৰ কথা লৈ হৰাখাস্তি কৰে তেন্তে কৈ দিব যে থানত FIR দাখিল কৰিম বুলি । আৰু FIR দাখিল কৰাৰ লগে লগে সেই বেংকত লগে লগে ব্যৱস্থা লব চৰকাৰে। আপোনালোকে খালি কলে হল যে আমি নিদিওঁ চৰকৰে দিব মানা কৰিছে। মন্তি চান্দ্ৰামুহন পাতুৱাৰিয়ে অভায়বাণী দিলে ৰাজ্যৰ মহিলা সকলক ।