সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান , অহা যোৱা সকলো সেৱা সম্পূৰ্ণ বিনামূলীয়া

আপোনাৰ সন্তানৰ এখন ভৰি নাই নেকি ? আপোনাৰ সন্তান পলিঅ', চেৰিব্ৰেল পালচি আৰু অন্যান্য বিকলাঙ্গ নেকি ? সন্তানক ভাল কৰিবলৈ আপোনাৰ ধনৰ অভাৱ হৈছে নেকি ? তেন্তে এতিয়াৰে পৰা চিন্তাৰ কাৰণ নাই । 

Narayan seva sansthan

সকলোৰে বাবে এইয়া সুখবৰ ঃ এটা বিশেষ ৰাইজৰ সেৱা কৰা NGO । নাম নাৰায়ণ সেৱা সংস্থান Narayan seva sansthan 

বহুতৰে মুখলৈ আশাৰ ৰে নি কঢ়িয়াই আনিছে এই Narayan seva sansthan য়ে ।

নাৰায়ণ সেৱা সংস্থানে যোৱা চাৰি বছৰত 61,000 ৰো অধিক বিকলাঙ্গ ব্যক্তিৰ অস্ত্ৰোপচাৰ কৰিছে।

স্ব-সহায়ক নাৰায়ণ সেৱা সংস্থানে যোৱা চাৰি বছৰত পলিঅ', চেৰিব্ৰেল পালচি আৰু অন্যান্য বিকলাঙ্গ ব্যক্তিৰ ওপৰত ৬১,০০০ ৰো অধিক অস্ত্ৰোপচাৰ কৰিছে।

ভৰি কটা যোৱা নাইবা জন্মতেই ভৰি নথকা ৰোগীক বিজ্ঞানসন্মত ভাৱে ভৰি লগাই সহায় কৰে এই সংস্থাটোৱে ।

প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, প্ৰতিষ্ঠানটোৱে 2017 চনৰ পৰা মুঠ 61,026 টা অস্ত্ৰোপচাৰ কৰিছে।

এই সংস্থাটোয়ে ৰাজস্থানৰ উদয়পুৰত সেৱা আগবঢ়াই আহিছে ।

"উদয়পুৰৰ নাৰায়ণ সেৱা সংস্থান চৌহদত ভাৰত, আফগানিস্তান, পাকিস্তান, নেপাল, বাংলাদেশ, ইউক্ৰেইন, ইউকে আৰু আমেৰিকা যুক্তৰাজ্যৰ দেশসমূহৰ ৰোগীসকলৰ ওপৰত বিনামূলীয়া অস্ত্ৰোপচাৰ কৰা হৈছে। ''

তথ্য অনুসৰি, 2019 চনত 16,734 জন ৰোগীৰ তুলনাত 2020 চনত কৰোনা মহামাৰীৰ সময়ত প্ৰায় 5,174 জন ৰোগীৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। 2021 চনত, মহামাৰীৰ বাবে মাত্ৰ 2,566 জন ৰোগীৰ সংশোধনমূলক অস্ত্ৰোপচাৰ কৰা হৈছিল।

প্ৰতিষ্ঠানটোৰ সভাপতি প্ৰশান্ত আগৰৱালে কয় যে ভাৰত আৰু বিশ্বৰ আন সাতখন দেশৰ কেইবাজনো লোকৰ সংশোধনমূলক অস্ত্ৰোপচাৰ কৰা হৈছিল।

read more

কেনেকৈ আপুনি এই সুবিধা লব পাৰিব (How to get the benefit or How to apply)

১) প্ৰথমে গুগুলত গৈ Narayan seva sansthan  search কৰক

২) https://www.narayanseva.org/ Narayan Seva Sansthan is an NGO in India based in Udaipur (Rajasthan).

যোগাযোগ নম্বৰ ঃ  0294-6622222

 +91-7023509999

 info@narayanseva.org

মনত ৰাখিব লগীয়া কথা আৰু কি কি সুবিধা

পলিঅ', চেৰিব্ৰেল পালচি আৰু অন্যান্য বিকলাঙ্গ হ’ব লাগিব

ৰোগীৰ অহা যোৱা থকা খোৱা সকলো বিনামূলীয়া 

ৰোগীৰ লগত এজন ব্যক্তিৰ সকলো বিনামূলীয়া 


যিসকলে এনে ৰোগীক সেৱা কৰিব বিচাৰে তেওলোকে এই লেখাটো Share কৰি  সহায় কৰক আৰু মানৱীয় ধৰ্ম পালন কৰক । 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.