" ৱেবছাইটৰ সহায়ত গণিত শিকায় আৰু 7,500,000 নতুন টাইৱান ডলাৰ উপাৰ্জন কৰে এও

ৱেবছাইটৰ সহায়ত গণিত শিকায় আৰু 7,500,000 নতুন টাইৱান ডলাৰ উপাৰ্জন কৰে এও

ৱেবছাইটৰ সহায়ত গণিত শিকায় আৰু 7,500,000 নতুন টাইৱান ডলাৰ উপাৰ্জন কৰে এও

Changhsu, a math teacher, started uploading videos of math lessons on PornHub, an adult film website, out of all platforms, and is now making $250,000 annually. Outrageous or creative genius? You decide

teacher takes maths class through porn hub check how much he earns per year

সামাজিক মাধ্যম কেৱল সময় পাৰ কৰা বা বাজে কথা কোৱাৰ বিষয়ে নহয়। যদি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰা হয়, আপুনি আপোনাৰ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ছ'চিয়েল মিডিয়া বৰ্তমান এটা মঞ্চ য'ত আপোনাৰ অনন্য ধাৰণাটোৱে আপোনাক এক পৃথক পৰিচয় দিব পাৰে। টাইৱানৰ এজন গণিত শিক্ষকে শিশুসকলক গণিত শিকোৱাৰ বাবে এটা সামাজিক মাধ্যমৰ মঞ্চ ব্যৱহাৰ কৰিছিল যিটো কোনেও দূৰলৈ অনুমান কৰিব নোৱাৰে। আজি টাইৱানৰ এই শিক্ষকজনে কেৱল ভাৰতীয় মুদ্ৰাৰ ২ কোটি টকা উপাৰ্জন কৰি নিজকে কোটিপতি বনুৱাই নহয়, তেওঁৰ সৈতে কাম কৰা লোকসকলকো ভাত মোকলাই দিব পাৰিছে । তেওঁ এটা পৰ্ন চাইটত পৰ্ন ভিডিঅ' আপলোড কৰাৰ পৰিবৰ্তে অংক শিকাই । পৰ্ণ ভিডিঅ' চাবলৈ যোৱা সকলে তেওঁৰ ভিডিঅ' সমূহো উপভোগ কৰে । আচৰিত লাগিলেও এইয়া সত্য । মানুহৰ মন মগজুক আয়ত্ব কৰি তেওঁ অংক কেনেকৈ সহজে কৰিব পাৰিব , আন বহুত সহজ প্ৰক্ৰিয়াৰ ভিডিঅ' তেওঁ Upload কৰে ।  তেওঁৰ নাম Changhsu । তেওঁৰ এই কৰ্মই সকলোৰে মাজত জনপ্ৰিয় হৈছে । 

Post a Comment

Previous Post Next Post

People Like