" পুৰুষসকলে দুখন বিবাহ পাতিব লাগিব, যদি তেওঁলোকে অস্বীকাৰ কৰে তেন্তে জীৱন কাৰাগাৰত পাৰ হ'ব

পুৰুষসকলে দুখন বিবাহ পাতিব লাগিব, যদি তেওঁলোকে অস্বীকাৰ কৰে তেন্তে জীৱন কাৰাগাৰত পাৰ হ'ব

আশ্চৰ্যজনক: ইয়াত পুৰুষসকলে দুখন বিবাহ পাতিব লাগিব, যদি তেওঁলোকে অস্বীকাৰ কৰে তেন্তে জীৱন কাৰাগাৰত পাৰ হ'ব

men have rights to marry two eritrea women if refuses then gets life imprisonment

men have rights to marry two eritrea women if refuses then gets life imprisonment

আপুনি বাৰু বিয়া পাতিব বিচাৰে নেকি ? এজনী নহয়, দুজনী নহয়, কেইবাজনীও, তেন্তে আপোনাৰ বাবেহে এই খবৰটো । আপুনি ভাৱিছে এইয়া আকৌ কি ? আমাৰ মাই শুনিলে পিটিব মোক । বিয়া এবাৰ পতাই টান , এও আকৌ কয় দুজনী পতাৰ । অসমত হলে পাৰে বহুতেই । ঘৰবালি এক বাহৰবালি দৌ । ঘৰটো জান কলিজা বাহিৰত আকৌ দেহা, শুন, বেবি । এনেদৰেই বহুতৰেই পাৰ হয় উজাগৰি ৰাতি । কমেন্টত আকৌ বহুতে লিখিবই মোৰো আছে বাহৰবালি । নাই নাই মৰ সাহস কাৰোৰে নাই । 

ভাৰতত প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নিদিয়াকৈ কোনেও পুনৰ বিয়া কৰিব নোৱাৰে। পৃথিৱীৰ প্ৰতিখন দেশতে বিবাহৰ বাবে বিভিন্ন আইন আছে। কিন্তু পৃথিৱীত এখন দেশ আছে য'ত প্ৰতিজন মানুহে দুবাৰকৈ বিয়া পাতিবই লাগিব। আপোনাৰো পাতিব মন আছে নেকি ? যদি আছে তেন্তে প্ৰথম পত্নিক শুধিবই লাগিব । যদি পাতিব  দিয়ে তেন্তে বল্লে বল্লে যদি নিদিয়ে তেতিয়া লে চল ধিৰে ধিৰে ।

আমাৰ এই ধুনীয়া পৃথিৱী খনৰেই বহু দেশত বিবাহৰ ক্ষেত্ৰত বিভিন্ন আইন আছে। কিন্তু এনে এখন আইন আছে যি আইন পৃথিৱীৰ আন কোনো দেশত নাই। আফ্ৰিকা মহাদেশৰ এখন দেশত অদ্ভুত আইন আছে। পুৰুষৰ বাবে ইয়াত দুখন বিয়া কৰাটো বাধ্যতামূলক। যদি এজন ব্যক্তিয়ে বিয়া কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁক কঠোৰ শাস্তি দিয়া হয়। আপুনি এই অনন্য দেশৰ আইনৰ বিষয়ে জানি আচৰিত হ'ব । আপুনি নিশ্চয় ভাবি আছে যে এখন দেশত এনে আইন থাকিব পাৰে নেকি। 

আহক আফ্ৰিকা মহাদেশৰ এই দেশৰ বিষয়ে জানো
হয়, আফ্ৰিকা মহাদেশৰ এই দেশত দুজনক বিয়া কৰাবলৈ এক অনন্য আইন প্ৰণয়ন কৰা হৈছে। এই আফ্ৰিকান দেশখনৰ নাম ইৰিট্ৰিয়া। পুৰুষৰ বাবে ইয়াত দুগৰাকী মহিলা বিয়া পতাটো বাধ্যতামূলক। এতিয়া এজন পুৰুষে সুখী হৃদয়েৰে বা দুখী হৃদয়েৰে বিয়া পাতিব সেয়া কেবল তেওৰ ওপৰত নিৰ্ভৰ কৰিব ।

হয় ইৰিট্ৰিয়াৰে আইন এইয়া। যদি ইয়াত পুৰুষে বিয়া কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয়। যদি কোনোবাই দুগৰাকী মহিলা বিয়া কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ আজীৱন কাৰাদণ্ড লাভ কৰে। মহিলাৰ কাৰণে এই অনন্য আইনখন এই দেশত প্ৰণয়ন কৰা হৈছে। ইৰিট্ৰিয়াত পুৰুষতকৈ অধিক মহিলা আছে। ইৰিট্ৰিয়াৰ ইথিওপিয়াৰ সৈতে গৃহযুদ্ধ চলি আছে, যাৰ ফলত ইয়াত বহু সংখ্যক মহিলা আছে। 

আটাইতকৈ আশ্চৰ্যজনক ভাৱে, এই দেশতো মহিলাসকলৰ বাবে এক কঠোৰ আইন আছে। ইয়াত মহিলাসকলে পুৰুষসকলক দুগৰাকী বিয়া কৰাত বাধা দিব নোৱাৰে। যদি তেওঁলোকে বিবাহত কোনো বাধা সৃষ্টি কৰে, তেওঁলোককো কাৰাগাৰত ৰখা হয়।

Post a Comment

Previous Post Next Post

People Like