" মৰিগাওঁৰ এজন যুৱক যাৰ আছে সুমধুৰ কন্ঠ : Sanjib bora from Moriagoan Mikirbheta : Times Guwahati

মৰিগাওঁৰ এজন যুৱক যাৰ আছে সুমধুৰ কন্ঠ : Sanjib bora from Moriagoan Mikirbheta : Times Guwahati

মৰিগাওঁৰ এজন যুৱক যাৰ আছে সুমধুৰ কন্ঠ : Sanjib bora from Moriagoan Mikirbheta : Times Guwahati

এটা সুমধুৰ কন্ঠ । যাৰ আছে এক সুৱলা সুৰ । যাৰ মুগ্ধ হিয়াত ভাহি আহে বহু সুৰীয়া গীত । নৱপ্ৰজন্মৰ হাৰ্টথৌ জুবিন দাৰ দৰেই প্ৰতিটো গীতৰ কলিত আছে এক নিভাজ কন্ঠ । তেওঁ হৈছে মৰিগাওঁৰ সঞ্জীব বৰা । তেওঁৰ গীতে আপোনাৰ হৃদয় চুব পাৰে বা নোৱাৰে আমি নাজানো , আমাৰ মাথো সৰু প্ৰয়াস সঞ্জীৱৰ সুমধুৰ কন্ঠ সকলোৱে শুনি অনুভৱ কৰিব ।

এজন জুবিনৰ অতি অনুৰাগী । জুবিনৰ সৈতে সাইলাখ একে সুৰেৰেই গাই গ'ল কেইবাটাও জনপ্ৰীয় গীত । মৰিগাওঁ জিলাৰ মিকিৰভেটাৰ আমতলাৰ নিবাসী পিতৃ  বকুল বৰা আৰু মাক  সুশিলা বৰাৰ  একমাত্ৰ সন্তান সঞ্জীৱ বৰা । দেউতাকে কৃষি কাৰ্যত জড়িত হৈ পৰিয়াল পোহপাল দিছে । সঞ্জীৱ এইবাৰ চৰাইবাহী মহাবিদ্যালয়ৰ ৩য় ষান্মাহিকৰ ছাত্ৰ । পঢ়াশুনাত মনোযোগৰ উপৰিও ভাল পায় সংগীতৰ চৰ্চা কৰি । তেওঁৰ কন্ঠত আছে যাদুকৰি শক্তি যিয়ে বহুতৰে মন প্ৰাণ মুগ্ধ কৰিব পাৰে । সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ ঘৰতেই সংগীতৰ চৰ্চা অব্যাহত ৰাখিছে তেওঁ । 

টাইমছ গুৱাহাটীৰ পৰিয়ালৰ তৰফৰ পৰা সঞ্জীৱ সংগীতৰ জগতখন আগুৱাই যোৱাৰ কামনাৰে কেমেৰাত চানক্য ডেকা আৰু যিশু বৰ্মণৰ সহযোগত News desk Times Guwahati


Post a Comment

Previous Post Next Post

People Like