পুনৰ নিয়ম সলনি আধাৰ কাৰ্ডৰ : কি কি সলনি হ’ল ? Aadhar card new update

পুনৰ নিয়ম সলনি আধাৰ কাৰ্ডৰ ঃ কি কি সলনি হ’ল ? Aadhar card new update

Aadhar card update

ভাৰতত আধাৰ কাৰ্ড সলনি হৈছে । Aadhar card ৰ পৰা দেউতাক বা গিৰিয়েকৰ নাম আতৰোৱা হৈছে । যদি কোনো ব্যক্তিয়ে যদিহে প্ৰয়োজনবোধ কৰে  তেন্তে তেও তেতিয়াহে নাম দিব পাৰিব । UIDAI ৰ বিশিষ্ট অধিকাৰীয়ে ব্যক্ত কৰা মতে ২০১৮ চনত আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ত এক অধিসূচনা জাৰি কৰিছিল । সেই জাননিৰ পিছত ইয়াক আইনী ভাৱে বলবৎ কৰা হৈছিল ।  আৰু আধাৰ কাৰ্ডত সং যোজনৰ নিৰ্দেশ দিছিল ।

দেউতাক বা গিৰিয়েকৰ অবিহনেও এতিয়াৰ পৰা বনাব পাৰিব আধাৰ কাৰ্ড

Aadhar card ত যিকোনো ধৰনৰ সলনিৰ বাবে আইটি মন্ত্ৰালয় এই অধিনিয়মত কাম কৰা Common service centre ৰ প্ৰবন্ধ নিৰ্দেশক দিনেশ ত্যাগীয়ে জানিবলৈ দিয়ে যে Aadhar card ত পিতা, পুত্ৰ,পুত্ৰী ( Wife of, son of, daughter of ) ৰ ঠাইত care of  দিব পাৰিব । এই ঠাইত যিকোনো মানুহৰে নাম দিব পাৰিব । 

আধাৰ কাৰ্ড কেৱল ব্যক্তিগত চিনাকীৰহে মাধ্যম

Aadhar card ত ১২ টা অংকৰ নম্বৰ থাকে যিয়ে ব্যক্তি জন পৰিচয় দিয়ে । এই কাৰ্ড যদি বনাব বিচাৰে এতিয়াৰে পৰা এই নতুন নিয়মত বনাব পাৰিব ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.