শহুৰ সৈতে বোৱাৰীয়েক আছিল পত্নী হৈ : ধৰা পৰাৰ পিছত কি হ'ল ? Father marries his son's ex-wife in UP - Times Guwahati

 শহুৰ সৈতে বোৱাৰীয়েক আছিল পত্নী হৈ : ধৰা পৰাৰ পিছত কি হ'ল ? কোৱা হয় যে নাৰী শ্ৰেষ্ঠ । নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই । নাৰীৰ বাবই সমাজখন ধুনীয়া হৈ থাকে । কিন্তু এনে বহু নাৰী আছে যিয়ে নিজৰ সতিত্বক কিনা বেছা কৰে বা নিজ ইচ্ছাৰেই সকলো উচৰ্গা কৰে । ঠিক এনে ঘটনাই সংঘটিত হ'ল উত্তৰ প্ৰদেশত ।

father marries his sons ex wife in up

উত্তৰ প্ৰদেশৰ বদায়ুন জনপদত এক ভাবিব নোৱাৰা ঘটনা সংঘটিত হৈ আছিল । য'ত মহিলাই নিজৰ গিৰিয়কক বিবাহ বিচ্চেদ দিয়ে । তাৰ পিছত নিজৰ শহুৰেকৰ লগত শাৰীৰিক সম্পৰ্ক আৰম্ভ কৰে আৰু দুয়োৰে বিবাহ হয় । এই ঘটনাৰ পিছতেই মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰে । তাৰ পিছত আৰক্ষীয়ে দুয়োকে থানালৈ লৈ আহে । কিন্তু Court marriage ৰ কাগজৰ তথ্য দেখি দুয়োকে এৰি দিয়ে আৰক্ষীয়ে । বিয়াৰ সময়ত প্ৰথম গিৰিয়েক জন নুপুংখক আছিল । যাৰ বাবেই মহিলাগৰাকীয়ে ২য় বিবাহ শহুৰেকৰ লগত কৰাৰ সিদ্ধান্ত লৈছিল । আৰু দুয়ো নিজ ইচ্ছা মতেই Court লৈ গৈছিল আৰু বিবাহ সম্পূৰ্ণ কৰিছিল । এই ঘটনা উত্তৰ প্ৰদেশৰ বদায়ন জনপদৰ বিচৌলী কোতবালী ক্ষেত্ৰৰ দৱথৰা গাওঁৰ । য'ত এগৰাকী নাবালিকাৰ বিবাহ কুৱৰগাওৰ এজন ১৫ বছৰীয়া নাবালকৰ সৈতে বিবাহ হৈছিল । দেৱানন্দৰ পুত্ৰ চুমিতৰ লগত বিবাহ হোৱাৰ ১ বছৰ আগত মাকৰ দেহাৱসান হৈছিল ।

Assamese dictionary

Download Now

ইয়াৰ বাবেই চুমিতৰ দেউতাকে বোৱাৰীৰ প্ৰয়োজন অনুভৱ হোৱাত চুমিতৰ বিবাহ নাবালিকা গৰাকীৰ লগতেই কৰাইছিল । বিয়াৰ কিছু দিন পিছতেই চুমিতৰ দেউতাক অথ্যাৎ শহুৰেকৰ হিয়া দিয়া নিয়া জাগি উঠিছিল বোৱাৰিকেৰ ওপৰত । আৰু নাবালিকা গৰাকীয়েও মান্তি হ'ল । আৰু তাৰ পিছত গোপনে আৰম্ভ হ'ল শাৰিৰীক সম্বন্ধ । ইয়াৰ পিছতেই শহুৰেকে বোৱাৰীয়েকক লৈ সেই ঠাইৰ পৰা পলাই গ'ল । ২০১৬ চনত নিজৰ গিৰিয়েকৰ সৈতে divorce ললে । এতিয়া দুয়ো শহু , বোৱাৰী অতন্ত্য সুখী । দেৱানন্দ পেচাত এজন চাফাই কৰ্মচাৰী আছিল । বৰ্তমান ২ বছৰীয়া পুত্ৰ সন্তানো আছে । সুমিতে নিজৰ পিতৃ আৰু পত্নীৰ সন্ধানত ঘুৰি ফুৰিছে । বহু দিনৰ পিছত এখন গাওঁত দুয়োকে ধৰা হ'ল তাৰ পিছতেই সকলো ঘটনা পোহৰলৈ আহিল । মহিলাগৰাকীৰ ভাষ্য অনুসৰি সুমিতে দিনে ৰাতিয়ে জুৱা খেলে , ভাং মদ খাই ঘুৰি ফুৰে গতিকে দিন ৰাতি অকলে কটাব লগা হয় । গতিকে ছেগ বুজি শহুৰেকৰ লগতেই সম্বন্ধ বনাবলৈ আগবাঢ়িল । পিছত আৰক্ষীয়ে দুয়ো পত্নী আৰু শহুৰেকক একেলগে থকাৰ সুযোগ দিলে । আৰু সুমিতক পুত্ৰ সন্তানক লালল পানৰ দায়িত্ব দিলে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.