শাওঁপাতে শেষ কৰি পেলোৱা এটা ভূতৰ ঘৰ : curse ruined a ghost's house

 শাওঁপাতে শেষ কৰি পেলোৱা এটা ভূতৰ ঘৰ : curse ruined a ghost's house 

ghost

১৮৫২ চনৰে কথা ৷ অসমৰ ৰাজসিংহাসনত নাবালক ৰজা কন্দৰ্পেশ্বৰ সিংহ ৷ নাবালক ৰজাৰ হৈ চাৰিংৰাজ্য পৰিচানলাৰ ভাৰ আছিল মনিৰাম দেৱানৰ ওপৰত ৷ ১৯৫৭ চনৰ শেহৰ ফালে ৰজা কন্দৰ্পেশ্বৰ সিংহক উজনী অসমৰ ৰজা পাতিবলৈ কলিকটাত বৰলাটক সাক্ষাৎ কৰিবলৈ ৰাওণা হয় ৷সেই সময়তে কলিকট্টাতে চিপাহি বিদ্ৰোহৰ কথা জানিব পাৰি ৰজা কন্দৰ্পেশ্বৰ সিংহলৈ এখন পত্ৰ লিখে ৷ দুৰ্ভাগ্য ক্ৰমে  পত্ৰ খন বৃটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে ৷ হৰনাথ দাৰোগাই সেই চিঠি খন শিৱসাগৰৰ বৃটিছ বিষয়া হলৰইড চাহাবক দি দি মণিৰাম দেৱানক কলিকট্টাতে বন্দী কৰাই ৷ৰাজ কাৰেঙতে বৃটিছৰ বিৰোদ্ধে গুপ্ত মিটিং পাতি ৰাজদ্ৰোহ কৰাৰ অপৰাধতে পিয়লি ফুকণকো বন্দী কৰে ৷বিছাৰৰ অন্তত মণিৰাম দেৱান আৰু পিয়লি ফুকনক যোৰহাটত ফাঁছী দিয়া হয় ৷

এই গোটেই কলংকিত বুৰঞ্জী 

বাবে সময়ে সৰ্বকালৰ বাবে দোষী সাব্যস্ত কৰিলে হৰনাথ দাৰোগাক ৷ হৰ নাথে জ্ঞাতি দ্ৰোহ কৰিলে ৷অসমৰ ইমুৰৰ পৰা সিমুৰলৈ হৰনাথ দাৰোগাক মানুহে শাওপাত দিলে ৷মানুহৰ হা হুমুনিয়াহে মানুহক সৰ্বশ্ৰান্ত কৰিব পৰাৰ এক জলন্ত উদাহৰণ হ’ল হৰনাথ দাৰোগা ৷ ১৯৫৭ চন মানতে হৰনাথ দাৰোগাই অত্যাধুনিক সা সুবিধাৰে গোলাঘাট জিলাৰ বৰুৱাবামুন গাৱঁত সাজি

 লৈছিল এটা আতক ধুনীয়া ঘৰ ৷ জুই পানী অসঞ্চাৰ কৰা হৰনাথ দাৰোগাক মানুহে অন্তৰৰ পৰা শাও দিলে ৷মানুহৰ শাওতে হৰনাথ দাৰোগাৰ বংশ শেষ হ’ল ৷ এনে বহু ঘটনাৰ সাক্ষী হৈ আছে হৰনাথ দাৰোগাৰ ঘৰটো ৷যিটো এতিয়া এটা পৰিতক্ত ঘৰ ৷চুবুৰীয়া সমাজ খনে বিশ্বাস কৰিবলৈ যে হৰনাথ দাৰোগাৰ ঘৰটো এটা ভূতৰ ঘৰ ৷ বৃটিছৰ দিনৰ ঘৰৰ আতক ঘুনীয়া কাৰুকাৰ্য চাবলৈ সেই ঘৰটো  এবাৰ চাবলৈ যাব পাৰে ৷

Dr Juri Goswami

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.