পৃথিৱীৰ সেই ভয়ানক ঠাই কেইখন,যত যাবলৈ সকলোৱে কৰে ভয় : That scary place on earth where everyone is afraid to go

পৃথিৱীৰ সেই ভয়ানক ঠাই কেইখন,যত যাবলৈ সকলোৱে কৰে ভয় : That scary place on earth where everyone is afraid to go

fear

আমাৰ মাজৰ এনেকুৱা বহুত মানুহ আছে যিয়ে এনেকুৱা ঠাইত যাবলৈ ভাল পায় য'ত কোনো মানুহ আগতে যোৱা নাই। এই পৃথিৱীত এনেকুৱা বহুত ঠাই আছে য'ত মানুহে যাবলৈ বিচাৰে যাতে বেলেগ মানুহতকৈ অলপ ওপৰত থাকিব পাৰে। সেইকাৰণে কিছুমান মানুহে তেওঁলোকৰ সময় কটাবলৈ কিছুমান ভয়ানক ঠাই নতুবা ৰহস্যময়ী ঠাইলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰে।কিন্তু এই পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে য'ত বহুত মানুহটো যোৱা বাদেই কোনো পক্ষীয়েও যাব নোৱাৰে।আজি আপোনাক এনেকুৱা কেইখন মান ঠাইৰ বিষয়ে কম য'ত পক্ষীৰ বাবেও ভয়ংকৰ। 

১) জেন কিং ( Jane Qing)- চীন :: এইখন এখন চীনৰ ধ্বংসপ্ৰাপ্ত গাঁও, যি নেকি অতিশয় ভয়ংকৰ।ইয়াত মাঠু কেইখন মান দেৱালৰ হে অস্তিত্ব আছে আৰু লগতে কেইখন মান চাদৰ। এই সকলো খিনি মিলি এক ভয়াবহ ৰূপ দিয়ে।

২) ম্যাঠিয়াছ হেকাৰ ( Matthias Haker)- অষ্ট্ৰিয়া :: এইটো অষ্ট্ৰিয়াৰ এক পুৰণা আৰু বিখ্যাত নাইট ক্লাব। যত কোনো মানুহেই ৰাতি কটাব নোৱাৰে। ভয়ংকৰ এই ক্লাবটোলৈ যাবলৈ সকলোৰে ভয় লাগে।

৩) মাইৰাবেলা( Myrabella)-ফ্ৰান্স :: ফ্ৰান্সত উপস্থিত এই ভয়ংকৰ সুৰংগটোত বৰ্তমান কোনোৱেই ৰেলগাড়ী নচলাই কাৰণ এই সুৰংটো বৰ্তমান বহুত ভয়ংকৰ হৈ উঠিছে।

৪) ট্ৰেভেল চাউথ আমেৰিকা ( Travel South America)-কলম্বিয়া :: কলম্বিয়াৰ এই হোটেল খনত বৰ্তমান কোনো অতিথি নাথাকে । এই খন হোটেল লৈ অতিথি আহিবলৈ এতিয়া দ্বিধা বোধ কৰে। 

৫) এডি হোৱাইট ( Eddy White)- আয়াৰলেণ্ড :: আয়াৰলেণ্ডত অৱস্থিত এই জাহাজৰ যাত্ৰা বৰ্তমান স্তব্ধ হৈ পৰিছে।মানুহ তালৈ যাবলৈ ভয় কৰে বৰ্তমান।

৬) কাৰলোচ শ্যান্তেৰো (Carlos Santero)- স্পেইন :: কেৱল মাথোঁ চন্দ্ৰইহে এই চহৰ খনৰ ৰূপ সজ্জিত কৰে। ই ঠাই খনলৈ যাবলৈ কাৰো সাহস নহয়।

এই ভয়ানক ঠাই সমূহলৈ মানুহে বিচাৰিলেও যাব নোৱাৰে।

By: Sukanya Rajbongshi

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.