৫ টকাৰ বিনিময়ত লাভ কৰক ৩৫ হাজাৰ টকা : Get Rs 30,000 in exchange of 5 rupee note
টকা উপাৰ্জনৰ সপোনো কাৰ নাথাকে! মানুহৰ জীৱনক গতি প্ৰদান কৰিবলৈ টকাৰ প্ৰয়োজন। কাৰণ টকাই আমাৰ অভাৱসমূহ দূৰ কৰাত সহায় কৰে। টকা উপাৰ্জন কৰাৰ বহুতো উপায় আছে, যদিও আজি আমি আলোচনা কৰিম টকা উপাৰ্জনৰ এনে এক মাধ্যমৰ কথা যাৰ জৰিয়তে আপুনি ঘৰত বহিয়েই টকা উপাৰ্জন কৰিব পাৰিব ।
টকা উপাৰ্জনৰ এই মাধ্যমটো হৈছে টকাৰ জৰিয়তে টকা উপাৰ্জন কৰা, অৰ্থাৎ আপুনি পুৰণি ৫ টকীয়া নোট বিক্রী কৰি ৩০- ৩৫ হাজাৰ টকা লৈকে উপাৰ্জন কৰিব পাৰিব । হয় ঠিকই শুনিছে ! আপোনাৰ লগত যদি পুৰণি ৫ টকীয়া নোট আছে তেন্তে সাজু হওঁক ৩০-৩৫ হাজাৰ টকা উপাৰ্জন কৰিবলৈ। এতিয়া প্ৰশ্ন হ'ল এই পুৰণি ৫ টকীয়া নোট ক'ত বিক্রী কৰিব পাৰি?
আপুনি এই নোট coinbazzar.com নামৰ Website ৰ দ্বাৰা বিক্রী কৰিব পাৰিব। প্ৰথমে আপুনি এই Website ত গৈ নিজকে বিক্রেতা হিচাপে পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছত আপুনি বিক্রী কৰিব বিচৰা নোটটোৰ ফটো তুলি তাত আপলোড কৰিব লাগিব। ফটোখন আপলোড হোৱাৰ পিছতে Website টোত থকা গ্ৰাহক সকলে আপোনাৰ লগত সংযোগ স্থাপন কৰিব আৰু আপুনি পছন্দ অনুযায়ী নিৰ্ধাৰিত মূল্যত যিকোনো গ্ৰাহকক এই টকা বিক্রী কৰিব পাৰিব।
উল্লেখ্যযোগ্য যে, এই টকা বিক্রীৰ ক্ষেত্রত কিছুমান চৰ্ত প্ৰযোজ্য । যেনে :-
*এই ৫ টকীয় কাগজী মুদ্রাত ট্রেকটৰৰ ছবি স্পষ্টভাৱে পৰিলক্ষিত হ'ব লাগিব।
*তাৰোপৰি ইয়াত ৭৮৬ নম্বৰ লিখা থাকিব লাগিব।
ওপৰোক্ত চৰ্ত সমূহ পূৰণ কৰিব পাৰিলে আপুনিও অনলাইন ৫ টকীয়া নোট বিক্রী কৰি ৩০-৩৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।
By Prasenjit Chakraborty