১০১ বছৰ বয়সত মহিলাই জন্ম দিলে ১৭ নম্বৰ সন্তান : At the age of 101 the woman gave birth to the 17th child
মাতৃত্ব লাভ কৰাটো সকলো মহিলাৰে এটা সপোন থাকে। সকলো মহিলাই নিজৰ সন্তানক লৈ বহুত সপোন ৰছে। তথাপি এক নিৰ্দিষ্ট বয়সৰ লৈকে মহিলাৰ প্ৰজনন ক্ষমতা কমি আহে আৰু যাৰ বাবে তেওঁ মাতৃ হ'ব নোৱাৰে। অলপতে ইটালীৰ নিবাসী ১০১ বছৰীয়া এগৰাকী মহিলাই এই সকলো তথ্যক ভুল বুলি প্ৰমাণিত কৰিলে। ১০১ বছৰ মহিলা গৰাকীয়ে তেওঁৰ ১৭ নম্বৰ সন্তানটো জন্ম দি গোটেই বিশ্বৰ লগতে বিজ্ঞানকো আচৰিত কৰি তুলিলে।
এই মহিলা গৰাকীয়ে অলপতে ৯ পন্দ ওজনৰ এটি শিশু জন্ম দিয়ে। এই খবৰটোৰ পিছতে চিকিৎসা জগতত এই বিষয়ে আলোচনাও হৈ আছে।আচলতে এই মহিলা গৰাকীৰ পৰিপক্ক বয়সৰ স্বত্তেও তেওঁৰ দেহত ডিম্বাশয় প্ৰতিস্থাপন কৰা হৈছিল।তুৰ্কী এখন বেচৰকাৰী ক্লিনিকত ডাঃ আলেকযান্ড্ৰু পপোলিকীৰ সহায়ত মহিলাগৰাকীৰ দেহত ডিম্বাশয় প্ৰতিস্থাপন কৰা হয়।এই প্ৰতিস্থাপন ৰ অপাৰেচনৰ বাবে বহুত বিতৰ্ক হৈছিল কিয় নো ইউৰোপৰ আইন মতে এইদৰে ডিম্বাশয় স্থাপন কৰাটো অবৈধ বুলি স্বীকাৰ কৰা হয়।
১০১ বয়সীয়া অনাতুলিয়া ভাৰ্টাডেলা ই তেওঁৰ ১৭ নম্বৰ সন্তানৰ জন্মটো ভগৱানৰ আশীৰ্বাদ হিচাপে মানি লৈছে।এই সন্তানটোৰ নাম ফ্ৰান্সিস্ক' ৰখা হৈছে।তেওঁ জনাইছিল যে ৪৮ বছৰ বয়সত ১৬ নম্বৰ সন্তানৰ জন্মৰ পিছত তেওঁ ডিম্বাশয়ৰ কেঞ্চাৰ ৰোগত ভুগিছিল আৰু এতিয়া তেওঁ আকৌ মাতৃ হ'বলৈ পাই অতন্ত্য গৰ্ব বোধ কৰিছে।
সকলো মহিলাৰে মাতৃ হোৱাৰ এটা সপোন থাকে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সময়ত অসম্ভব বুলি একোৱেই বস্তু নাই।
By: Sukanya Rajbongshi