এই ৬ নামৰ পুৰুষে লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পায়

 এই ৬ নামৰ পুৰুষে লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পায়

6 luckey man who will get married with woman like laxmi

  শুনিলে বহুতৰে হাহি উঠিলেও এইয়া সত্য । জ্যোতিষ ৰ্বিজ্ঞান অনুসৰি মনুষ্যৰ প্ৰথম বৰ্ণৰ পৰা পুৰুষ জনৰ বিষয়ে বহু কথাই জানিব পৰা যায়। নামটোৰ পৰা পুৰুষৰ স্বভাৱ, কৰ্ম , চিন্তাধাৰা , চৰিত্ৰ, জ্ঞান আৰু ভৱিষ্যতে হব পৰা বহু ঘটনাৰ উমান পাব পাৰি । ইয়াৰ লগতে তেওঁৰ জীৱন সংগীৰ বিষয়ও জানিব পৰা যায় । জ্যোতিৰ্বিদ্যাৰ ওপৰত বহুতৰে বিশ্বাস নাই যদিও এই ৰাশী বা এই আখৰৰ ব্যক্তি সকলে নিজৰ হব লগীয়া পত্নীৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব ।

 

 ১) "A বা অ" আখৰে আৰম্ভ হোৱা পুৰুষ :- যিসকল পুৰুষৰ নাম A বৰ্ণৰে আৰম্ভ হয় তেওঁলোকে বিবাহ কৰিবলৈ যদি ছোৱালী বিচাৰে তেন্তে লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পোৱাটো ১০০ % নিচিত্ব । এনে নাৰী পাব যিয়ে কেতিয়াও বেয়া চিন্তা আৰু দুঃশাসন কামত সমৰ্থন একেবাৰে নকৰে। এওঁলোকৰ অন্তৰ পবিত্ৰ হয় বাবে স্বামীক বহুত সেৱা শুশ্ৰূষা কৰিব লগতে ঘৰখন খুব ভালদৰে পৰিচালনা কৰিব পাৰে আৰু যিমানেই দুখ নহওক নিজকে কেতিয়াও ভাগি পৰিব নিদিয়ে । গিৰিয়েকক মৰম আৰু সদায় ঘৰখন হাহিৰে উপচাই ৰাখিব । গতিকে A আখৰৰ পুৰুষে এনে নাৰী পাবলৈ সদায় বিচাৰে আৰু ৮০% ই এনে গুণবতী নাৰী পায় ।

২) "D বা দ বা ড" আখৰেৰে আৰম্ভ হোৱা পুৰুষ :- যিবোৰ পুৰুষৰ নাম D বৰ্ণৰে আৰম্ভ হয় তেওঁলোকে বিবাহৰ সময়ত লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে পাব আৰু এওলোক আবেগিক আৰু মৰম আকলুৱা হোৱাৰ বাবে গিৰিয়েকৰ  প্ৰতিটো সৰু বৰ কথা আখৰে আখৰে পালন কৰে । এওঁলোকে ভালপোৱা আৰু বিশ্বাসক ভাগি যাবলৈ নিদিয়ে ।  এওঁলোক এগৰাকী পত্নী হিচাপে যিমান ভাল পিছলৈ মা হিচাপেও অধিক মৰমিয়াল হৈ পৰে আৰু সন্তানক অধিক আদৰ সাদৰ কৰা দেখা যায় । গতিকে D আখৰৰ যুৱক সকলে এনে লক্ষ্মী ছোৱালী পোৱাটো নিচিত্ব ।

৩) "J বা জ" আখৰৰে আৰম্ভ হোৱা পুৰুষৰ বাবে  :- যিবোৰ পুৰুষৰ নাম J বা জ আখৰৰে আৰম্ভ হয় তেওঁলোকে ও বিয়াৰ বাবে লক্ষ্মী ছোৱালী পায়। এনে নাৰীয়ে সকলো পৰিবেশ পৰিস্থিতিৰ লগতে সৎ আৰু সংযমী হৈ সমাধান কৰিব পাৰে । এওলোকে নিজৰ গিৰিয়েকৰ দুৰ্দিনৰ সময়তো লগত থাকি সাহস দিয়ে । এই নাৰীয়ে সদায় ভাল কাম কৰিবলৈ প্ৰচেষ্টা কৰা দেখা যায় আৰু এনে নাৰীৰ পৰিয়াল সদাই সুখত থাকে । 

জ্যোতিষ ৰ্বিজ্ঞান অনুসৰি মনুষ্যৰ প্ৰথম বৰ্ণৰ পৰা পুৰুষ জনৰ বিষয়ে বহু কথাই জানিব পৰা যায়। নামটোৰ পৰা পুৰুষৰ স্বভাৱ, কৰ্ম , চিন্তাধাৰা , চৰিত্ৰ, জ্ঞান আৰু ভৱিষ্যতে হব পৰা বহু ঘটনাৰ উমান পাব পাৰি । ইয়াৰ লগতে তেওঁৰ জীৱন সংগীৰ বিষয়ও জানিব পৰা যায় । জ্যোতিৰ্বিদ্যাৰ ওপৰত বহুতৰে বিশ্বাস নাই যদিও এই ৰাশী বা এই আখৰৰ ব্যক্তি সকলে নিজৰ হব লগীয়া পত্নীৰ বিষয়ে আগতীয়াকৈ জানিব পাৰিব ।


৪) "P বা প আখৰৰে নাম আৰম্ভ হোৱা পুৰুষ : - যিসকল পুৰুষৰ নাম P আখৰৰে আৰম্ভ হয় তেওঁলোকে ও বিবাহৰ সময়ত লক্ষ্মী ছোৱালী জীৱন সংগী হিচাপে লাভ কৰিব । এনে জীৱন সংগী যিকোনো সমস্যা সমাধান কৰাত নিপুন হয়। এনে নাৰী ভগৱানৰ ভক্তি পৰায়ন হয় আৰু গিৰিয়েকক সন্মান আৰু বহুৰ মৰম কৰে । এই নাৰীয়ে ঘৰখন পৰিপাটিকৈ ঘৰখন সজাই তোলাৰ উপৰিও ঘৰখন চাফ চিকুনকৈ ৰখাত অকনো হেমাহি নকৰে । এনে নাৰীয়ে স্বামীক বহুত মৰম চেনেহৰে বান্ধি ৰাখে । এওঁলোক পত্নী হিচাপে যিমানে ভাল মা হিচাপেও সিমান মৰমিয়াল হয় । এওঁলোক লক্ষ্মী স্বভাৱৰ আৰু উদাৰ ।


৫) "S বা চ" আখৰৰে আৰম্ভ হোৱা পুৰুষ :-  যিসকল পুৰুষৰ নামৰ প্ৰথম আখৰ S বা চ,ছ হয় তেওলোকেও বিবাহৰ সময়ত লক্ষ্মী ছোৱালীৰ লাভ কৰে । এওঁলোকে স্বামীৰ সুখ আৰু দুখত সদায় সমভাগী হবলৈ যত্নপৰ হয়। এওঁলোকে ঘৰখন ভালকৈ ধৰি ৰাখিবলৈ সকলো দুখ কষ্ট কৰি যাব পাৰে আৰু এনে নাৰী লক্ষ্মী স্বভাৱৰ হয়।

৬) "K বা ক" আখৰৰে আৰম্ভ হোৱা পুৰুষ :- যিসকল পুৰুষৰ নামৰ প্ৰথম আখৰ K ৰে আৰম্ভ হয় তেওঁলোকৰ পত্নী লক্ষ্মী স্বৰূপা হয় । শহুৰ ঘৰত মাক দেউতাকৰ আদৰ সাদৰ কৰাত অকনো কুন্ঠাবোধ নকৰে । গিৰিয়েকক মৰমৰে আৰু জীৱনৰ প্ৰতিতো খুজতে হাতে হাত ধৰি যাব বিচাৰে । গিৰিয়েকৰ জীৱনত যিকোনো বাধা আহিলে নিজে মুৰপাতি লবলৈ সদায় সাজু থাকে । 

এই লেখাটো সকলো আপোনাৰ ১০ জন বন্ধু বান্ধবিলে Share কৰি নিজেও লক্ষ্মী ছোৱালী লাভ কৰক ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.