" এগৰাকী যুৱতীয়ে অনলাইনত অৰ্ডাৰ দিছিল DSLR camera বিনিময়ত পালে এপেকেট condom

এগৰাকী যুৱতীয়ে অনলাইনত অৰ্ডাৰ দিছিল DSLR camera বিনিময়ত পালে এপেকেট condom

Online Shopping: মুম্বাইত থকা এগৰাকী যুৱতীয়ে অনলাইনত অৰ্ডাৰ দিছিল DSLR camera বিনিময়ত পালে এপেকেট condom 

Online Shopping fraud


ৰেহেনা নাম মহিলাগৰাকীয়ে পেকেটৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছিল :- যেতিয়া আপুনি Amazonৰ পৰা অৰ্ডাৰ দিয়া বস্তুৰ সলনি condom পায়... তেতিয়া আপুনি কি কৰিব *

Online Shopping : যদিও অনলাইন শ্বপিংৰ সুবিধা আছে, ই কেতিয়াবা ক্ষতিগ্ৰস্ত কৰে বা হাৰাশান্তি কৰে । মায়া নগৰি মুম্বাইত একেধৰণৰ ঘটনা দেখা গৈছিল, য'ত একেধৰণৰ আচৰিত ঘটনা দেখা গৈছিল। ইয়াত এগৰাকী মহিলাই  DSLR camera  Amazon ৰ পৰা অৰ্ডাৰ কৰিছিল, কিন্তু তেওঁ আচৰিত হৈছিল যেতিয়া তেওঁ Manforce condom ৰ পেকেট পাইছিল আৰু ডেলিভাৰী বাকচত camera নাছিল। ঘটনাটো মঙলবাৰৰ । 

 ৰেহেনাই কৈছিল যে তেওঁ সামগ্ৰীটোৰ ভুল বিতৰণৰ বিষয়ে ই-কমাৰ্চ প্লেটফৰ্মত অভিযোগ কৰিছিল আৰু কৈছিল যে কোম্পানীটোৱে ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে ক্ষমা বিচাৰিছে । কিন্তু এনে ভুল কোনে কৰে , কাৰ ভুলৰ বাবে বাৰে বাৰে এনে হবলৈ ধৰিছে । 

এই কথাটো মানুহজনে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল মানুহবোৰে বৰকৈ হাহিছিল । এজনে কৈছিল তেওঁ এইটো ঘুৰাই দিয়াৰ আগতে ব্যৱহাৰ কৰি ঘুৰাই দিয়া উচিত । তেতিয়াহে Amazon য়ে বুজি পাব । এনেদৰে এতিয়া online shopping app সমূহে মানুহক জলাকলা খুৱাই আহিছে । গতিকে সাৱধান আপুনিও । আপুনি ইয়াৰ বিষয়ে কি মন্তব্য দিব ? comment কৰি জনাব নাপাহৰিব ।



Post a Comment

Previous Post Next Post

People Like