" দুই মাহৰ অন্তসত্বা কৰি পলাল প্ৰেমিক আৰ্শ্বাদ আলী | এগৰাকী হিন্দু যুৱতী বলি হল লাভ জিহাদৰ

দুই মাহৰ অন্তসত্বা কৰি পলাল প্ৰেমিক আৰ্শ্বাদ আলী | এগৰাকী হিন্দু যুৱতী বলি হল লাভ জিহাদৰ

 

দুই মাহৰ অন্তসত্বা কৰি পলাল প্ৰেমিক আৰ্শ্বাদ আলী | এগৰাকী হিন্দু যুৱতী বলি হল লাভ জিহাদৰ

এইখন অসমতে পুনৰ এবাৰ লাভ জিহাদৰ বলি হল এগৰাকী হিন্দু যুৱতী । 

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ এগৰাকী হিন্দু যুৱতী বলি হল লাভ জিহাদৰ । 

বিহালী সমষ্টিৰ এজন মুছলমান সম্পদায় যুৱকে সংঘঠিত কৰিলে এই জঘন্য অমানৱীয় কাণ্ড ।   

বিহালী সমষ্টি নিজ বৰগাঙৰ  দিপ্তী নায়ক নামৰ এগৰাকী আদিবাসী যুৱতীক বৰগাঙৰ শুকানসুঁতী আৰ্শ্বাদ আলী নামৰ মুছলমান সম্পদায় যুৱক  এজনৰ লগত ৮ মাহ পূৰ্বে প্ৰেমৰ সৰ্ম্পক গঢ়ি উঠে আৰু সেই সূত্রে দুয়োগৰাকী একে লগে বসবাস কৰিবলৈ লয় যাৰ পৰিনতিত দিপ্তী নায়ক নামৰ যুৱতী গৰাকী এতিয়া সন্তান সম্ভৱা হয় । তেওঁলোকৰ এই সম্পৰ্ক কথা তেওঁলোকৰ দুইয়ো  পৰিয়ালৰ সকলোকৰে জ্ঞাত । কিন্ত্ত  বৰ্তমান দিপ্তী নায়ক অন্ত:সত্ত্বা বুলি জানিব পাৰি শুক্ৰবাৰে আৰ্শ্বাদ আলি পৰিয়ালৰ লোকে আৰ্শ্বাদ আলিক বৰপেটাস্থিত ভিনীযেকৰ ঘৰলৈ পলাই পঠাই দিয়ে । 

অৱশেষত উপায়হীন হৈ আজি যুৱতী গৰাকীয়ে ন্যায় বিছাৰি সংবাদ মাধ্যমৰ কাষ চপা পৰিলক্ষিত হয় । 

বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট

Love Jihad At assam

Post a Comment

Previous Post Next Post

People Like