লখিমপুৰৰ বেহেৰাবস্তিত নৰাধম পিতৃৰ কামনাৰ বলি দহবছৰীয়া নিজ কন্যা

 

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড    নৰাধম পিতৃৰ কামনাৰ বলি দহবছৰীয়া নিজ কন্যা,।  এই ঘটনা সংঘটিত হৈছে লখিমপুৰত ।  মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড সংঘটিত হৈছে লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বেহেৰাবস্তিত  লখিমপুৰৰ বেহেৰাবস্তিত নৰাধম পিতৃৰ কামনাৰ বলি দহবছৰীয়া নিজ কন্যা, বগীনদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ লম্পট পিতৃক।   নিজৰ দহ বছৰীয়া ফুলকুমলীয়া কন্যাক দুদিন ধৰি ঘৰতে আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল টুনটুন মাণকি নামৰ নৰাধম পিতৃয়ে।  ধৰ্ষিতা কন্যাৰ মাতৃৰ অভিযোগত বগীনদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ধৰ্ষণকাৰী পিতৃক।

The father's wish is to sacrifice his ten-year-old daughter

লখিমপুৰৰ বেহেৰাবস্তিত নৰাধম পিতৃৰ কামনাৰ বলি দহবছৰীয়া নিজ কন্যা

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড  

নৰাধম পিতৃৰ কামনাৰ বলি দহবছৰীয়া নিজ কন্যা,।

এই ঘটনা সংঘটিত হৈছে লখিমপুৰত ।

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড সংঘটিত হৈছে লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বেহেৰাবস্তিত

লখিমপুৰৰ বেহেৰাবস্তিত নৰাধম পিতৃৰ কামনাৰ বলি দহবছৰীয়া নিজ কন্যা, বগীনদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ লম্পট পিতৃক।

নিজৰ দহ বছৰীয়া ফুলকুমলীয়া কন্যাক দুদিন ধৰি ঘৰতে আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল টুনটুন মাণকি নামৰ নৰাধম পিতৃয়ে।

ধৰ্ষিতা কন্যাৰ মাতৃৰ অভিযোগত বগীনদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ধৰ্ষণকাৰী পিতৃক।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.