ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি

ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি


👉ধুবুৰীৰ SP আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি

👉কোকৰাঝাৰৰ SP ৰাকেশ ৰোছনক শিৱসাগৰৰ SP ৰূপে বদলি

👉যোৰহাটৰ নতুন SP হ’ব অংকুৰ জৈন

👉চিৰাঙৰ SP ৰূপে বদলি IPS বিষয়া গৌৰৱ উপাধ্যায়ক

👉কোকৰাঝাৰৰ SP ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক

- হাইলাকান্দিৰ নতুন SP হ’ব হামৰেণৰ ৰমনদীপ কৌৰ

- বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ SP ৰূপে বদলি

- কাছাৰৰ SP বি এল মীনাক দুৰ্নীতি নিবাৰকৰ SP নিযুক্তি

- গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি

- নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ SP ৰূপে বদলি

- মাজুলীৰ SP এন অপৰ্ণাক মৰিগাঁৱৰ SP ৰূপে নিযুক্তি

- গুৱাহাটীৰ অপৰাধ শাখাৰ DCP বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি

- ডিব্ৰুগড়ৰ SP ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ

- গুৱাহাটী পূব মণ্ডলৰ DCP নিযুক্ত শুভ্ৰজ্যোতি বৰা

- গুৱাহাটীৰ অপৰাধ শাখাৰ DCP নিযুক্ত মোহনলাল মীনা

- শোণিতপুৰৰ SP মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি

- লখিমপুৰৰ SP ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক

- তিনিচুকীয়াৰ SP ৰূপে বদলি দেৱজিত্ দেউৰীক

- মাজুলীৰ SP ৰূপে নিযুক্তি গৌতম বৰাক

- মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি

- বিশ্বনাথৰ SP ৰাজেন সিঙক বাক্সাৰ SP ৰূপে নিযুক্তি

- চিৰাঙৰ SP সুধাকৰ সিঙক চৰাইদেউৰ SP ৰূপে বদলি

- মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ AIGP ৰূপে বদলি

- বঙাইগাঁৱৰ SP ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক

- বঙাইগাঁৱৰ সুবোধ সোণোৱালক SP ৰূপে দক্ষিণ শালমৰালৈ বদলি

- যোৰহাটৰ SP মৃণাল তালুকদাৰক সপ্তম APBnলৈ বদলি

- শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটালৈ বদলি

- বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ SP ৰূপে নিযুক্তি

- দৰঙৰ SP ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক

- ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথৰ SP ৰূপে বদলি

- হামৰেণৰ SP নিযুক্ত অজংৰান বসুমতাৰীক

- মৰিগাঁৱৰ SP নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি

- হাইলাকান্দিৰ SP পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ SP ৰূপে নিযুক্তি

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.