মে' মাহত অনুষ্ঠিত হ'ব লগীয়া IIT , IIIT আৰু CFT ৰ সকলো ধৰণৰ offline পৰীক্ষা পিছুৱাই দিয়া হৈছে : শিক্ষা মন্ত্ৰী
কভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখৰীৱালে সমূহ IIT , IIIT আৰু CFT লৈ এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে । স্থগিত ৰখা হ'ব মে'মাহত অনুষ্ঠিত হ'ব লগীয়া সকলো ধৰণৰ offline পৰীক্ষা । জুন মাহত পুনৰ বিবেচনা কৰা হ'ব এই বিষয়ৰ ওপৰত । ইয়াৰ লগতে তেওঁ জনাই যে online পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নাই কোনো নিষেধাজ্ঞা ।
ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ অন্তৰ্গত সমূহ Central Universities, Indian Institutes of Technology, National Institutes of Technology and Indian Institutes of Information Technology
আদি অনুস্থানত কৰ্মৰত কোনো ব্যক্তিয়ে সহায় - সহযোগিতা বিচাৰিলে সেই অনুস্থানৰ কতৃপক্ষই সহায়ৰ হাত আগবঢ়োৱাৰ লগতে উপযুক্ত ব্যক্তিক কভিডৰ ভেকচিন ল'বলৈ পৰামৰ্শ দিব লাগিব ।
কভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পখৰীৱাল ভাউৰীয়াৰ এই সিদ্ধান্তই নিশ্চয়কৈ প্ৰভাৱ পেলাব ।