জন্ম হলে যিদৰে মৃত্যু নিঃশ্চিত ,সেইদৰে সৃষ্টিৰ আৰঁত ধ্বংস নিঃশ্চিত |আমাৰ সুন্দৰ পৃথিৱীৰ সৃষ্টিৰ পৰাই বহু ঘটনা -পৰিঘটনাৰ সাক্ষী হৈ আজিৰ এই পৰ্যায় পাইছেহি| প্ৰায় 4.6 বিলিয়ন বছৰ বয়স গৰকা পৃথিৱীৰো চাগে অন্ত এদিন হ'বই | সৌৰজগতৰ নীলাগ্ৰহ খ্যাত পৃথিৱী অন্তিম পৰ্যাত্রত উপণিত হৈছে নেকি? পৃথিৱীৰ ধ্বংস নিকট নেকি?বিশ্বৰ চাৰিওকাষৰ ঘটনা ৰাজীয়ে কি ইয়াৰে সংকেত দিব খুজিছে নেকি?
এনেবোৰ প্ৰশ্ন আজি কিছু দিনৰ পৰা বৰকৈ অনুভৱ হৈছে শেহতীয়াকৈ এই অনুভৱৰ কাৰক বিশ্বৰ ত্ৰাস কৰোনা মহামাৰী | ভাবিলেই গাৰ নোম সিহৰি উঠে| ভিন্ন জনৰ ভিন্নমত পৃথিৱী ধ্বংসৰ কাৰণৰ ওপৰত | জানো আহকচোন তেনে কিছু কাৰণ
1)ক'ৰনা মহামাৰী
2019 শেষৰ ফালে চিনৰ ও'হাৱান চহৰত আৱিষ্কাৰ হোৱা ক'ৰনা ভাইৰাছে সমগ্ৰবিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে আৰু পৰিস্থিতি ক্ৰমানৱে ভয়াৱহ হ'ব ধৰিছে| বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে প্ৰায় 3.17 মিলিয়ন লোকৰ এই কৰোনা মহামাৰীতে মৃত্যু হৈছে | এই প্ৰতিবেদন লিখাৰ সময়তো চাগে বিশ্বৰ কোনো ঠাইত ক'ৰনাৰ সৈতে যুুজি বহুলোকে মৃত্যুবৰন কৰিছে|
2)গোলকীয় উচ্চতা বৃদ্ধি
গোলকীয় উচ্চতাৰ বৃদ্ধিৰ বিৰূপপ্ৰভাৱ সমগ্ৰবিশ্বতে পৰিলেক্ষিত হৈছে| বৰফৰ মহাদেশ আটলান্টিকটো ভয়াৱহ ভাৱে হিমবাহবোৰ গলিবলৈ লৈছে এনেদৰে হৈ থাকিলে পৃথিৱীখন এক ভয়ানক পৰিস্থিতিৰ সন্মূখীন হোৱাতো নিঃশ্চিত | তদোপৰি গোলকীয় উত্তাপৰ ফলতে বৰষুণৰ প্ৰভাৱ হ্ৰাস হৈছে যিয়ে খেতিত বিৰূপ প্ৰভাৱ পেলাইছে | চাহিদা মতে উতপাদন নোহোৱাৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছে
3)বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ
প্ৰতিকৃতিয়েও যেন আমাক লগ এৰিছে | চাৰিওদিশে হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগবোৰ তাৰেই সংকেত নেকি ? কৰ'বাত বনজুই ,কৰ'বাত ভুইকম্প ,আকৌ কৰবাত বানপানী ঈত্যাদি বহুতো যাৰ ফলত প্ৰাণ হানি হৈছে বহুতৰে |
এয়ে নেকি শাস্ত্ৰত কোৱাৰ দৰে কলিৰ শেষ ! নাজানো ,আমি তথ্যৰ ভিত্তিত হে কথা খিনি কৈছো|
500 বচৰ পূৰ্বেই নচট্ৰাদ্ৰামচে ভৱিষ্যত বাণী কৰিছিল | তেও কৰা ভৱিষ্যত বাণী বোৰ সময়ে সময়ে সঁচাহোৱা পৰিলক্ষিত হৈছে| তেওৰ ভৱিষ্যত বাণীৰ মতেই 2020ত কৈয়ো ভয়ানক হ'ব 2021 চন | আমি যেন উমানো পাইছো নহয়নে? হব পাৰে নেকি পৃথিৱী ধ্বংস ?
এই প্ৰশ্নৰ উত্তৰ হয়তো বহুত বেলগ বেলেগ ধৰণে দিব | আমি কোনেও ভৱিষ্যতৰ কথা কব নোৱাৰো ,স্থাৱৰ কৰিব পাৰো ভৱিষ্যতৰ আগজাননী | আশা কৰিব পাৰো ধুনীয়া আমাৰ পৃথিৱীখন দীৰ্ঘজীৱি হওক |

