বলিউডৰ চুপাৰষ্টাৰৰ জীৱনৰ কলা অধ্যায়
মানুহ মাত্ৰেই ভুল হয় | আমি সকলোৱে জীৱনত কেতিয়াবা নহয় কেতিয়াবা ভুল কৰিছো|মানুহৰ জীৱনৰ পথছোৱা সমান নহয় ওখোৰা মোখো?ৰা | সেইবোৰত লাগি নাথাকি ভুলৰ পৰা শিক্ষা লৈ সেই একে ভুল দুনাই নহবৰ বাবে চেষ্টা কৰাটোৱেই জীৱন| মানুহ যিজনেই নহওক সকলোৰে ভুল হয় কাৰোবাৰ ভুল সৰু কাৰোবাৰ ডাঙৰ আৰু তাৰ বাবে শাস্ত্ৰীও লাভ কৰে| ঠিক তেনেদৰে বলিউদৰ superstar নামেই যাৰ পৰিচয় ছলমান খান তেওঁ জীৱনত ভুল কৰিছে যাৰ বাবে তেওঁ জেললৈও গৈছে| জানো আহক তেওঁ কৰা ভুল আৰু এই সকলো অতিক্ৰম কৰি বৰ্তমান তেওঁৰ বছৰিআয় কিমান
1998 চনত 'হম চাথ চাথ হে 'ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত যোধপুৰৰ কীনকানী গাঁৱত তেওঁ বাকী সহযোগী সকলৰ গৈ দুটাকৈ কৃষ্ণমৃগ চিকাৰ কৰিছিল| কৃষ্ণমৃগ চিকাৰ অপৰাধ| এই ঘটনাৰ পিছত যোধপুৰবাসিন্দা উত্তপ্ত হৈ পৰে আৰু ছলমান খানৰ বিৰোদ্ধে গোচৰ তৰে যোধপুৰ আদালতত আৰু তেওঁক দহ হাজাৰ টকা জৰিমনা বিহাৰ লগতে পাঁচ বচৰৰ কাৰাদণ্ড বিহে যদিও বৰ্তমান এই গোচৰৰ মূকৰ্দমা যোধপুৰ আদালতত চলি আছে|
2002 চনত ছলমান খানৰ বাহনে নিশা মুম্বাইৰ ৰাস্তাত শুই থকা পদপথী ভিক্ষাৰীৰ ওপৰৰে বাহন চলাই নিয়াৰ অভিযোগ কৰিছিল | যি ঘটনাট কেইবাজনো পদপথী ভিক্ষাৰী আহত হোৱাৰ লগতে এজন নিহত হয় | অভিযোগ মতে ছলমানে সুৰামত্ত হৈ ৰাতি বাহন চলাই এই ঘটনা সংঘটিত কৰিছিল বুলি কৈছিল যদিও পিছলৈ আদালতে তেওঁক এই গোচৰৰ পৰা দোষমুক্ত ঘোষনা কৰে| তাৰবাবেও তেওঁ জেললৈ যাব লগা হৈছিল|
বৰ্তমান এই ভুলসমূহ নেউচি তেওঁ বহুতো সামাজিক কামত জড়িত হৈ বহু সময়ত বহু এনে সামাজিক কাম কৰি মানুহৰৰ মনত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছে|
বৰ্তমান তেওঁৰ মুঠ আয় হৈছে $360 Million ভাৰতীয় হিচাপত 2304কোটি টকা| বছৰি আয় প্ৰায় 200 কোটি টকা