দিনটোৰ বিশেষ খবৰ : Hindu temple destroy : Daily News : Top 10 News : Times Guwahati : Assamese News

দিনটোৰ বিশেষ খবৰ : Hindu temple destroy : Daily News : Top 10 News : Times Guwahati : Assamese News

১।মাৰ্চ মাহে বিদায় লোৱা দিনটোতে এক শুভ বাৰ্তাই পোখা মেলিলে।পাঞ্জাৱৰ মহিলাসকলে এক এপ্ৰিলৰপৰা চৰকাৰী বাচত উঠিলে ভাড়া দিব নালাগে যি মূখ্যমন্ত্ৰীগৰাকীৰ মহানচিন্তাৰ ঘোষণা।

২।আৰু এক বিশেষখবৰ যি সকাহৰ হুমূনিয়াহ।আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংক কৰাৰ সময়সীমা ৩০ জুনলৈ বঢ়োৱা হ'ল।

৩।মাৰ্চ মাহৰ দিনটোতেই আৰু এক সুখবৰ।কেন্দ্ৰীয় চৰকাৰে food processing sector লৈ দহ হাজাৰ নশ কোটি টকাৰ PLI আচনি ঘোষণা কৰে।

৪। এক কঠিন সময়ৰ খবৰ।যোৱামাহত দিল্লীত সুদীৰ্ঘ এঘাৰ বছৰৰ মূৰত উত্তাপ হৈছিল ৩৩.১ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত। সেয়া দেহত দিয়া এক আঘাত।

৫। এক পৰিতাপৰ খবৰ।ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে ইথিয়পা দেশখনক নীল নদীৰ পানী স্পৰ্শ কৰা অনুপযোগী বুলি সাৱধান কৰি দিলে।কাৰণ নদীখনৰ মূল উপনদী অংশত এক প্ৰকাণ্ড নদী বান্ধৰ নিৰ্মাণকাৰ্য চলি আছে।

Assamese dictinery

৬। যোৱা বুধবাৰে শ্ৰীলংকাত কৰ্মৰত চীনৰ কৰ্মচাৰীয়ে চীনৰ Sinopharm vaccine ৰ ছয়লাখ পালি লাভ কৰে।সেয়া এতিয়া কৰ্মচাৰীসকলৰ ওঠত হাহী বিৰিঙাৰ এক উৎস।

৭।এক গৌৰবৰ খবৰ। সেয়া, বলিউডৰ জনপ্ৰিয় অভিনেতা, ফাইটাৰ সুঠামদেহী বিদ্যুত জাম্ৱাল, ইমান এটা শক্তিশালী দেহৰ অভিনেতাজন প্ৰকৃততে নিৰামিষভোজী।

৮।দেশখনত এইবাৰ কৰোনাই সৃষ্টি কৰিলে প্ৰকাণ্ড ঢৌ। ৩১ মাৰ্চৰ খবৰ অনুসৰি ২৪ ঘন্টাত দেশখনত কৰোনাই আঘাতৰ বান মাৰিলে ৫৩,৪৮০ জনক। সচাই সময় বৰ নিষ্ঠুৰ।

৯।এক অতি চমকপ্ৰদ খবৰ।National Trust property ৰ attic ত উদ্ধাৰ হ'ল ১২১ বছৰীয়া পুৰণি চকলেট বাৰ যি চকলেট দিয়া হৈছিল South Africa ৰ Boer যুদ্ধৰ সময়ত ব্ৰিটিছ সেনাক।ই এতিয়া হৈ পৰিছে এক চাঞ্চল্যকৰ খবৰ।

১০।এক হৃদয়ত আঘাতলগা খবৰ।যোৱা দেওবাৰে পাকিস্তানৰ ৰাৱালপিন্দিৰ এটা ৭৪ বছৰীয়া হিন্দুৰ মন্দিৰ পুৱাতে অচিনাক্ত আক্ৰমণকাৰীয়ে ভাঙি চুৰমাৰ কৰে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.